মহানগৰীৰ ৰাজপথত বাইকাৰ্ছৰ ৰূপত আঙুৰলতা ডেকা
গুৱাহাটী, সংবাদ ৩৬৫, ৪ মাৰ্চ: গুৱাহাটী মহানগৰীৰ ৰাজপথত দেওবাৰে পুৱা মোহময়ী অভিনেত্ৰী তথা নগাঁও জিলাৰ বটদ্ৰৱৰ পৰা বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকাক দেখা গল বাইকাৰ্ছৰ ৰূপত। দেওবাৰে পুৱা আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে প্ৰাগ নিউজে আয়োজন কৰা এক মহিলা বাইক ৰেলিত ভাগলৈ আঙুৰলতা …