সাংবাদিক আদিপ কুমাৰ ফুকনৰ বাসগৃহত অগ্নিকাণ্ড
গুৱাহাটী, সংবাদ ৩৬৫, ২ মাৰ্চ: সাংবাদিক আদিপ কুমাৰ ফুকনৰ শিলপুখুৰীস্থিত বাসগৃহত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এক অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সম্পত্তি জ্বলি ছাই হয়। জানিব পৰা মতে বৃহস্পতিবাৰে মাজ নিশা সাংবাদিকগৰাকীৰ বাসগৃহত চৰ্ত চাৰ্কিত হোৱাৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ড …