মাৰ্চ মাহত তিনি মাহৰ দৰমহা পাব কাগজ কলৰ কৰ্মচাৰীসকলে
গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ফেব্ৰুৱাৰীঃ গুৱাহাটীত সোমবাৰে কাগজ কল কৰ্মচাৰী সন্থা আৰু শ্ৰমিক সন্থাৰ প্ৰতিনিধিৰ লগত হোৱা এক বৈঠকৰ অন্তন হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ প্ৰবন্ধ নিৰ্দেশক শশীকান্ত জৈনে ঘোষণা কৰে যে অহা মাৰ্চ মাহত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে তিনি …