ৰঙিয়াত দুৰ্ধৰ্ষ ডকাইত আটক
ৰঙিয়া, ৫ জানুৱাৰী: ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই শুক্ৰবাৰে দুই দুৰ্ধৰ্ষ ডকাইতক আটক কৰে। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে দুই দুৰ্ধৰ্ষ ডকাইত ক্ৰমে আব্দুল মোন্নাফ ওৰফে ৰাজা আৰু ৰাজকুমাৰ সিঙক আটক কৰে। ধৃত ডকাইত দুজনে ৰঙিয়াত ডকাইতিৰ পৰিকল্পনা কৰাৰ মুহূৰ্তত …