প্রতিবন্ধকতা নেওচি বেংককৰ পৰা গুৱাহাটীলৈ চাইকেল অভিযান ৰাকেশৰ
গুৱাহাটী, ১৮ নৱেম্বৰ: এখনি ভৰিৰে বিশ্ব জিনা অসমৰ সাহসী যুৱক ৰাকেশ পেৰাচাইক্লিষ্ট এইবাৰ ওলাইছে আন এক দুঃসাহসিক অভিযানত৷ থাইলেণ্ডৰ ৰাজধানী বেংককৰপৰা চাইকেল চলাই গুৱাহাটীলৈ আহিব ৰাকেশ৷ কলিয়াবৰৰ আমবাগানৰ দুঃসাহসিক যুৱকজনে এই যাত্ৰাত চাইকেলেৰে অতিক্ৰম কৰিব প্ৰায় ৩৫০০ কিলোমিটাৰ পথ৷ উল্লেখ্য …