ৰঙিয়াত ছাত্ৰ মুক্তিৰ প্ৰতিবাদঃ ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শতাধিক যান বাহন
ৰঙিয়া, ১৫ ছেপ্টেম্বৰঃ অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদত আৰু বিনাচৰ্তে মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসমৰ প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ৰঙিয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে …