জাগীৰোডত তিৱা স্বায়ত্ব শাসিত পৰিষদত ব্যাপক কেলেংকাৰী
জাগীৰোড, ১৭ জুনঃ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নামত সংঘটিত হৈছে ব্যাপক লুন্ঠন৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই বিভিন্ন ভূৱা নিৰ্মাণ সমিতি গঠন কৰি কোটি কোটি টকাৰ ব্যাপক লুন্ঠন চলাইছে৷ এই অভিযোগ পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য নাদিৰাম দেউৰীৰ৷ এক সংবাদমেলৰ …