গৰৈমাৰীত প্ৰতিভা সন্ধানী পৰীক্ষা সম্পন্ন

সোণতলী, ১৭ এপ্ৰিলঃ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ এখনি ব্যক্তিগত স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয়৷ গৰৈমাৰী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ উদ্দেশ্য আগত ৰাখি কামৰূপ জিলা অগ্ৰগামী সচেতন নাগৰিক মঞ্চ আৰু ৰেইনড্ৰপ ফাউণ্ডেশ্বনৰ উদ্যোগত গৰৈমাৰীস্থিত …

চৰাইদেউত দুৰ্ঘটনাত যুৱকৰ মৃত্যু

চৰাইদেউ, ১৭ এপ্ৰিল : ৰঙালী বিহুৰ আনন্দোৎসৱৰ সময়তেই পথ দুৰ্ঘটনাই কাল অমানিশা কঢ়িয়াই আনিলে চৰাইদেউৰ এটা পৰিয়াললৈ৷ উজনি অসমৰ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ বটামৰাত কালি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকে কৰুণ মৃত্যু সাৱতি লয় । …

নতুন নগৰ উন্নয়ন আঁচনিৰ খতিয়ান ল’বলৈ কাইলৈ গুৱাহাটীত এম. ভেংকায়া নাইডু

গুৱাহাটী : কেন্দ্রীয় নগৰ উন্নয়ন, হাউচিং আৰু নগৰীয় দৰিদ্রতা দূৰীকৰণ মন্ত্রী এম. ভেংকায়া নাইডুই কাইলৈ দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটী ভ্ৰমণত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যত ৰূপায়িত নতুন নগৰ উন্নয়ন আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ ল’ব। নগৰ উন্নয়ন মন্ত্ৰালয়ৰ সচিব, নিউ আৰবীন মিছনৰ ৰাষ্ট্রীয় মিছন ডাইৰেক্টৰ …

দেউৰী বিচু

ব’হাগ মাহত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহে স্বকীয় বৈশিষ্টৰে নিজ নিজ বিহু পালন কৰি অসমীয়া নৱবৰ্ষক আদৰণি জনায়৷ বিহুৱে জাতীয় চেতনাবোধ সজীৱ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লয় ৷অসমৰ অন্যতম আদিতম জনগোষ্ঠী দেউৰীসকলৰ এক সাংস্কৃতিক মহোৎসৱ হৈছে দেউৰী বিহু। দেউৰী জন-জীৱনত বিহুৰ লগত সাংস্কৃতিক …

আমোলাইহে চলাইছে অসমঃ তৰুণ গগৈ

গুৱাহাটী, ১৭ এপ্ৰিলঃ বিজেপি নেতৃত্বাধীন  ৰাজ্য চৰকাৰখনে আমোলাক ৰাজ্য চলোৱাৰ দায়িত্ব দিছে৷ এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷ আজি কইনাধৰাত আয়োজিত এক সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, যিখন চৰকাৰে এবছৰে মন্ত্ৰীসভাই সম্প্ৰসাৰণ কৰিব নোৱাৰিলে সেই দলে …

কমলপুৰৰ কৌতুহলী মাছ

কমলপুৰ, ১৭ এপ্ৰিলঃ কমলপুৰৰ দ্বিগুণপাৰ গাঁৱত এটা মাছে স্থানীয় বাসিন্দাৰ মাজত কৌতুহল সৃষ্টি কৰিছে৷ কোনোদিনে নেদেখা এই মাছটোৱে আনন্দও দিছে স্থানীয় বাসিন্দাক৷ দ্বিগুণপাৰৰ উৎপল কাকতিৰ ঘৰৰ পুখুৰীত মাছ ধৰোতে উদ্ধাৰ হয় সৰ্বশৰীৰত কাঁইটযুক্ত এই মাছটো৷ পূৰ্বে কোনোদিনে নেদেখা এই মাছটো …

মহন্তৰ গাড়ীত টিএনটি বিস্ফোৰক

গুৱাহাটী, ১৭ এপ্ৰিলঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বুলেটপ্ৰুফ গাড়ীত টিএনটি বিস্ফোৰক থকাৰ সন্দেহত আজি জনতা ভৱনত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। জনতা ভৱনৰ পৰা আজি ৰাতিপুৱা নগাঁৱৰ কালিয়াবৰলৈ যোৱাৰ পূৰ্বে মহন্তৰ এএছ-০১-এআৰ-৬৫৬৫ বুলেটপ্ৰুফ এম্বেচেদৰ গাড়ীখন এনএছজি জোৱানসকলে পৰীক্ষা …

আজিৰ নিয়োগ সংবাদ

বেংক অৱ বৰোদাৰ ৪০০ পদত নিযুক্তি আৱেদনকাৰী অৰ্হতা-  যিকোনো শাখাৰ স্নাতক বা তাৰ সমপৰ্যায়ৰ পৰীক্ষাত ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব আৱেদনৰ অন্তিম তাৰিখ-১ মে’ সবিশেষ যোগাযোগ- www.bankofbaroda.co.in অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনস্থ শিশু কল্যাণ কমিটীৰ অধ্যক্ষ, সদস্য আৰু …

পানীখাইতিত বাথৌ পূজা উদযাপন

পানীখাইতি, ১৬ এপ্ৰিলঃ ব’হাগ বিহুৰ আনন্দ-উল্লাহৰ মাজত আজি পানীখাইতিৰ বড়োসকলে মহা-সমাৰোহেৰে পৰম্পৰাগত বাথৌ পূজা পালন কৰে। পানীখাইতিৰ বাথৌ পূজা উদযাপন সমিতিয়ে পুৱা ধৰ্মীয় ধ্বজাবাহক পতাকা উত্তোলন কৰাৰ পিচত বড়ো ধৰ্মাৱলম্বী লোকসকলে শিৱৰূপী সিজু গছৰ তলত পূজা-অৰ্চনা কৰে৷ এই উৎসৱমুখৰ পৰিৱেশৰ …

ৰঙিয়া পথ দুৰ্ঘটনাত গৰ্ভৱতী মহিলা মৃত্যু

ৰঙিয়া, ১৬ এপ্ৰিলঃ ৰঙিয়াৰ বালাগাঁৱত আজি সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী গৰ্ভৱতী মহিলাই কৰুণ মৃত্যুক সাৱতি লোৱাৰ লগতে এটি শিশু গুৰুতৰ ভাবে আহত হয়৷ মৃত মহিলাগৰাকী ৰঙিয়াৰ ইছলামপুৰৰ মৰ্জিনা বেগম (২২) আৰু শিশুটো মহিলাগৰাকীৰ সন্তান ৰফিকা বেগম (৩) বুলি …