এমজিএনৰেগাৰ ২৫ টা আঁচনিৰ উদ্বোধন

সোণতলী, ১২ এপ্ৰিলঃ বিজেপি চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কান্ত কলিতাৰ গৃহ সমষ্টি দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰী উন্নয়ন খণ্ডত আজি ২৫ টাকৈ এমজিএনৰেগা আঁচনিৰ শুভাৰম্ভনি কৰা হয় ৷ বিগত কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতিত থকা-সৰকা হৈ পৰা গৰৈমাৰী …

বৈশাখি উপলক্ষে গুৱাহাটীত শিখসকলৰ শোভাযাত্ৰা

গুৱাহাটী, ১২ এপ্ৰিলঃ ব’হাগ মাহ প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে উছাহৰ মাহ৷ ব’হাগতে আৰম্ভ হয় অসমীয়া নতুন বৰ্ষ। ব’হাগ মাহত নতুন বর্ষক শিখ সম্প্ৰদায়ৰ লোকসকলে বৈশাখি হিচাপে উদযাপন কৰে।উত্তৰ-পূব ভাৰতত থকা শিখ সম্প্ৰদায়ৰ লোকসকলে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত বৈশাখি উৎসৱৰ …

শিক্ষানুষ্ঠানৰ পৰা গুণোৎসৱৰ বহী চুৰি

গুৱাহাটী,১২ এপ্ৰিলঃ যোৱানিশা মহানগৰীৰ এখন বিদ্যালয়ৰ পৰা চোৰে  গুণোৎসৱৰ উত্তৰ বহীসমূহ চুৰি কৰাত সৰ্বত্ৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, মহানগৰীত দিনক দিনে বৃদ্ধি পাব ধৰিছে চোৰৰ উপদ্ৰৱ৷ আৰক্ষীৰ সকলো নিৰাপত্তাক বৃদ্ধাংগুষ্ঠ দেখুৱাই চোৰে গুৱাহাটীৰ বাসস্থানৰ লগতে মন্দিৰ, মছজিদ, নামঘৰত …

সমাজকৰ্মী, কালীকান্ত হাজৰিকা পৰলোকপ্ৰাপ্তি

ৰহা, ১১ এপ্ৰিলঃ ৰহাৰ সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি, অধ্যয়নপ্ৰিয় কালিকান্ত হাজৰিকা আজি পুৱা  ৯০ বছৰ বয়সত দেহাৱসান ঘটে। ৰহাৰ প্ৰায় সকলো অনুষ্ঠান প্ৰতিষ্ঠান ৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত হাজৰিকা অসম সাহিত্য সভাৰ আজীৱন সদস্য , অসম সত্ৰ মহাসভাৰ আজীৱন সদস্য , …

ৰাজ্যিক বিজেপিৰ গুৰুত্বপূর্ণ বিভাগসমূহৰ পৰ্যালোচনা সভা

অতি শীঘ্ৰে অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ গুৱাহাটী,১১ এপ্ৰিল : ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসৰ পৌৰহিত্যত ৰাজ্যিক কাৰ্যালয়ত দলটােৰ বিভিন্ন বিভাগ আৰু প্রকল্পৰ গুৰুত্বপূর্ণ পৰ্য্যালোচনা সভা এখন অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি কার্যকর্তাসকলক সম্বোধন কৰে …

পীযুষ গোৱেলৰ পুত্তলিকা দাহ যুৱ ছাত্ৰ পৰিষদৰ

নলবাৰী,১১ এপ্ৰিল : কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে যোৱাকালি লোকসভাত নামনি সোৱণশিৰি বিদ্যুৎ প্ৰকল্প নিৰ্মাণত ক্ষীপ্ৰতাৰ পোষকতা কৰি দিয়া ভাষণৰ তীব্ৰ বিৰোধীতা কৰি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ সমিতিয়ে নলবাৰী চহৰৰ হাটখোলা বজাৰত মন্ত্ৰীগৰাকীৰ …

জাপি তৈয়াৰ কৰাত ব্যস্ত নলবাৰীবাসী

ৰজাঘৰীয়া কৃপাদৃষ্টিৰ পৰা বঞ্চিত নলবাৰীৰ জাপিশিল্প কৈলাস ডেকা নলবাৰী,১১ এপ্ৰিলঃ প্ৰকৃতিৰ বুকুত এতিয়া বসন্ত ঋতুৰ আগমন৷ চ’তৰ শেষত আকৌ পালেহি অসমীয়াৰ প্ৰাণৰ ব’হাগ৷ গছে-বনে এতিয়া কুলিৰ শুৱলা মাত৷ নাচনিৰ খোপাত গুজি দিবলৈ কপৌ ফুলো ফুলিল৷ আম-জামো ফলিয়ালে৷ এতিয়া প্ৰকৃতিৰ লগতে …

আৰক্ষী বিষয়া উৎপল দত্তৰ তৎপৰতা : যোৰহাটত ক্ৰমাৎ হ্ৰাস দুৰ্ঘটনা, যান-জঁটৰ সমস্যা

পিংকু বৰা যোৰহাট, ১১ এপ্ৰিলঃ যোৰহাট জিলাত যান বাহন সমস্যা সমাধানত যান-বাহন আৰক্ষী শাখাই কিছু ব্যতিক্ৰমী কাৰ্য্যসূচী গ্ৰহণ কৰিছে৷ যান-বাহন শাখাৰ আৰক্ষী বিষয়া উৎপল দত্তৰ প্ৰচেষ্টাত জিলাখনত যান-বাহন জনিত সমস্যা সমাধানত গতিশীলতা লাভ কৰিছে৷ বিশেষকৈ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত উৎপল দত্তই যি …

স্বামীৰ নিৰ্যাতনত পত্নীৰ আত্মহত্যা

ৰঙিয়া, ১১ এপ্ৰিলঃ  ৰঙিয়াৰ ২ নং ইচ্ছাপুৰত আজি স্বামীৰ নিৰ্যাতনত এগৰাকী মহিলাই আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে, তিনি বছৰ পূৰ্বে বৰপেটাৰ ৰাজাঘাটৰ মোস্তাফা আলীৰ লগত আঞ্জুৱাৰা বেগম (২৮) বিবাহ পাশত আবদ্ধ হৈছিল৷  বিয়াৰ কিছুদিন পিছৰে …

প্ৰতিজন শিক্ষক-শিক্ষাৰ্থীৰ নামত গছ থকা বিদ্যালয়খন

গুৱাহাটী,১১ এপ্ৰিলঃ জলবায়ু পৰিৱৰ্তন, গোলকীয় উচ্চতা বৃদ্ধি ৰোধ কৰা আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে আমি মানৱ সমাজে বহু কাম কৰি আছো। ইয়াৰে ভিতৰৰ অন্যতম গছপুলি ৰোপন। টেলিভিশ্যনৰ পৰ্দা আৰু বাতৰি কাকতত আমি গছ পুলি ৰোৱা দৃশ্য প্ৰায়ে দেখিবলৈ পাওঁ। মন্ত্ৰী-আমোলাৰ পৰা …