এটোপা বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ
বৰহাট, ৮জুনঃ চৰাইদেউৰ সোণাৰি সমষ্টিৰ বৰুৱাছালি মৌজাত বিশুদ্ধ খোৱা পানীৰ বাবে অঞ্চলবাসীয়ে জীয়াতু ভূগিছে। বৰুৱাছালি মৌজাৰ অন্তৰ্গত বৰহাট মিছাজানত অৱস্থিত অসম চৰকাৰৰ পানী যোগান আঁচনিখনে বিশুদ্ধ খোৱা পানী যোগানৰ নামত অপৰিষ্কাৰ তথা অনিয়মিত ভাবে পানী যোগান ধৰাত ক্ষোভিত হৈ উঠিছে …