BREAKING-গো ৰক্ষাৰ নামত গাড়ী চালকক আক্ৰমণ কৰা গো ৰক্ষা বাহিনীৰ এজনক আটক
সোনাপুৰ, ৩ জুলাইঃ গো ৰক্ষাৰ নামত সোনাপুৰত গৰু কঢ়িয়াই অনা গাড়ী চালকক আক্ৰমন কৰা এজন আক্ৰমণকাৰীক সোনাপুৰ আৰক্ষীয়ে আটক কৰিছে। অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্রধান মুকেশ চাহায়ৰ নিৰ্দেশত আৰক্ষীৰ এক দলে ডিমৰীয়াৰ বিভিন্ন অঞ্চলত অভিযান চলাই বিজু কাথাৰ নামৰ এজন যুৱকক …