ৰাষ্ট্ৰীয় আৰ্চাৰী খেলুৱৈ গহেলা বড়োক বাসগৃহ নিৰ্মাণ কৰি দিলে ডিস্কভাৰী ক্লাবে : গহেলা বড়োৰ স্বাস্থ্য দিনে দিনেই সংকটমুক্ত হৈ আহিছে
কোকৰাঝাৰ, ৫ জুলাইঃ নেচনেল গেমচত স্বৰ্ণ পদক লাভ কৰি অসমৰ নাম উজলাই তোলা ৰাষ্ট্ৰীয় খেলুৱৈ গহেলা বড়োক এটা বাসগৃহ নিৰ্মান কৰি দিলে কোকৰাঝাৰৰ ডিস্কভাৰী ক্লাৱ নামৰ বেচৰকাৰী সংস্থাই। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলাই তোলা খেলুৱৈগৰাকী জটিল ৰোগত আক্ৰান্ত হোৱা পিছত …