বিশ্ব ড্ৰাগছ দিৱস উপলক্ষে সজাগতা সমদল

কলগাছিয়াৰ প্ৰতিবেদক, ২ জুলাইঃ বিশ্ব ড্ৰাগছ দিৱস উপলক্ষে কলগাছিয়া আৰক্ষী থানাৰ উদ্যোগত সপ্তাহজোৰা কাৰ্য্যসূচীৰ অংশ হিচাপে ছে ন’ টু ড্ৰাগছ শীৰ্ষক এক সজাগতা সমদল উলিওৱা হয়। নিচামুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে  কলগাছিয়া আৰক্ষী থানাৰ পৰা উলিওৱা এই সমদলত বন্ধ বিদ্যালয় আৰু …

আহমদীয়া মুছলিম জামাতৰ ঈদ ঐক্য মিলন শীৰ্ষক সভা

গুৱাহাটী, ২ জুলাইঃ  আহমদীয়া মুছলিম জামাত (ভাৰত)ৰ কামৰূপ মেট্রো গুৱাহাটী শাখাৰ উদ্যোগত অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সদনৰ প্রেক্ষাগৃহত ঈদ ঐক্য মিলন শীৰ্ষক এখন সভাৰ অনুষ্ঠিত কৰা হয়। মানুহৰ আচল ধর্ম হ’ল মানৱতা শীৰ্ষক আলোচনা চক্ৰখন সভাপতিত্ব কৰে আহমদীয়া মুছলিম …

সৰভোগত আছুৰ অভিনন্দন অনুষ্ঠান

সৰভোগ, ২ জুলাইঃ বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সৰভোগৰ গান্ধী ময়দানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। বৰপেটা জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অমৰেন্দ্ৰ মিশ্ৰৰ সভাপতিত্ব অভিনন্দন অনুষ্ঠানটো অনুষ্ঠিত হয়৷ অনুষ্ঠানত মুখ্য বক্তা …

বৰক্ষেত্ৰীত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বাৰ্ষিক উৎসৱ

মুকালমুৱা, ২ জুলাইঃ বৰক্ষেত্ৰীৰ আদাবাৰীত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বাৰ্ষিক উৎসৱ তথা সম্বৰ্দ্ধনা অনুষ্ঠানতো আজি দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়৷  শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাঙ্গনত অনুষ্ঠিত সভাখনত বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱা হয়৷ অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী …

প্ৰেমধৰ শৰ্মাক সম্বৰ্ধনা ইলেকট্ৰনিক মিডিয়াৰ

গুৱাহাটী, ২ জুলাইঃ  আজি বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস পালন কৰে অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছ’চিয়েছনে৷ ক্ৰীড়া সাংবাদিক দিৱস উপলক্ষ্যে সাংবাদিকৰ সংগঠনটোৱে প্ৰবীন ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাক বাসগৃহত সম্বৰ্ধনা জনায়৷ সম্বৰ্ধনা অনুষ্ঠানটোত অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ সভাপতি জয়ন্ত …

আজিৰ নিয়োগ বাৰ্তা

ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনস্থ পুনেৰ কন্ট্র’লাৰেট অৱ কোৱালিটী এছিউৰেঞ্চত সাধাৰণ বৰ্গৰ ২২ টা পদত নিযুক্তি আৱেদনৰ অন্তিম তাৰিখঃ ৮ জুলাই সবিশেষ যোগাযোগঃ দ্যা কন্ট্র’লাৰ, কন্ট্র’লাৰ অৱ কোৱালিটী এছিউৰেঞ্চ, অউন্ধ কেম্প, পুণে-৪১১ ০২৭   এছএছবিৰ ক্ৰীড়া শিতানত ৩৫৫টা কনিষ্টবল পদত …

অগ্নিকাণ্ডৰ পিছত কামাখ্যা পাৱাৰ ছলিউশ্বন পৰিদৰ্শন আছুৰ

বৰ্ণিহাট, ৩০ জুনঃ সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ণিহাটৰ ১৫ মাইলত কামাখ্যা পাৱাৰ ছলিউশ্বন নামৰ কাৰখানাত সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ পিছত ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে কাৰখানাটো পৰিদৰ্শন কৰে৷ কামৰূপ জিলাৰ উপ সভাপতি দিব্যজ্যোতি আৰু  ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যতিন্দ্ৰনাথ ডেকাৰ …

ৰঙিয়াৰ বিশেষভাৱে সক্ষম কিশোৰীৰ কৰুণ গাঁথা

ৰঙিয়া, ২ জুলাইঃ ৰঙিয়াৰ এটা দৰিদ্ৰ পৰিয়ালৰ এটিৰ কৰুণ কাহিনী৷ বিশেষভাৱে সক্ষম সন্তানটো পৰিয়ালটো বাবে অভিশাপ স্বৰূপ হৈ পৰিছে। আৰ্থিক দৈন্যতাৰ কাৰণে উপযুক্ত চিকিৎসাৰ অভাৱত জীৱ-জন্তুৰ দৰে ৰছীৰে বান্ধি ৰাখিছে সন্তানটোক। পখিলা খেদা বয়সত আৰ্থিক দৈন্যতাৰ কাৰণে আবদ্ধ হৈ থাকিব …

কোকৰাঝাৰত বিভিন্ন বিভাগৰ নৱনিৰ্মিত ভৱন উদ্বোধন

কোকৰাঝাৰ, ১ জুলাইঃ কোকৰাঝাৰ হাব্ৰুবাৰীস্তিত বি টি চি ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সঞ্চালক তথা বিভাগীয় মূৰব্বী বিষয়াৰ নৱনিৰ্মিত কাৰ্য্যালয়ৰ ভৱন উদ্বোধন কৰে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বি টি চিৰ এ অ পি (এছ অ পি ডি) ২০১৫-১৬ আঁচনিৰ আবন্টিত …

নলবাৰীত ভোলে সেৱা দলৰ বাইক ৰেলী

নলবাৰী, ১ জুলাইঃ নলবাৰীত অমৰনাথ ভোলে সেৱা দলৰ উদ্যোগত এক বাইক ৰেলী উলিওৱা হয়৷ উক্ত ধৰ্মীয় বাইক ৰেলী শোভাযাত্ৰাৰ উদ্বোধন কৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ যুটীয়া সম্পাদক বসন্ত দাসে। উল্লেখ্য যে, অহা তিনি জুলাইত নলবাৰীৰ পৰা প্ৰায় ১০০ জনীয়া এটা দল …