পৃথক বড়োলেণ্ড গঠনৰ দাবীত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ বড়ো অ’মেন ফৰ পিচ মুভমেন্টৰ

ৰঙিয়া, ৩০ জুনঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰি পৃথক বড়োলেণ্ড গঠনৰ দাবী জনাইছে বড়ো অ’মেন ফৰ পিচ মুভমেন্টে। মুখ্যমন্ত্ৰীক সাক্ষাত কৰাৰ পিছতে ৰঙিয়া প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি বড়ো অ’মেন ফৰ পিচ মুভমেন্টে এই তথ্য সদৰি কৰে৷ আছফাৰ অচিলাৰে …

Not In My Nameৰ প্ৰতিক্ৰিয়াঃ মুখ খুলিলে মোডীয়ে

অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৯ জুনঃ Not In My Name ছ’চিয়েল মিডিয়াৰ আহ্বানত হাজাৰ হাজাৰ লোক ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰকে ধৰি দেশৰ বিভিন্ন ঠাইত গো ৰক্ষাৰ নামত দেশত হৈ থকা হিংসাত্মক ঘটনাৰ বিৰুদ্ধে ওলাই অহাৰ পিছত অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ …

বৈজ্ঞানিক কছাইখানাৰ সন্দৰ্ভত পশুধন আৰু হাঁহ কুকুৰা নিগমৰ সভা

গুৱাহাটী, ২৯ জুনঃ অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত পাঞ্জাবাৰীস্থিত কাৰ্যালয়ত স্বাস্থ্যসন্মত মাংস বিক্ৰী, বৈজ্ঞানিক কছাইখানাৰ ব্যৱহাৰ আৰু জনসাধাৰণৰ স্বাস্থ্য সজাগতা সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বজাৰসমূহত …

পথৰ ওপৰত ছমহীয়া পৰীক্ষা

আজিজুৰ ৰহমান বাঘবৰ, ২৯ জুনঃ বেঁকী নৈৰ বাঢ়নী পানীত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কামাৰপাৰা, জমেৰকুৰ, গুইলেজা, ভেৰাগাঁও, বৰডাংগাকে ধৰি প্ৰায় বিশ খনকৈ অধিক গাঁও জলমগ্ন হৈ পৰাত সহস্ৰাধিক পৰিয়াল বানপানীত আক্ৰান্ত হৈছে। বানপানীৰ ফলত উত্তৰ বৰডাংগা এল পি স্কুল, ৬৬৭ নং খাটাকুচি …

মুকালমুৱা বিদ্যুৎ গ্ৰাহক সেৱা কেন্দ্ৰত তলা

মুকালমুৱা, ২৯ জুনঃ নলবাৰীৰ চামতা বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনস্থ মুকালমুৱা বিদ্যুৎ গ্ৰাহক সেৱা কেন্দ্ৰৰ কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত তলা লগাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীত শক্তিমন্ত্ৰী মুৰ্দাবাদ, বিদ্যুৎ বিভাগ হায় হায় ধ্বনিৰে …

নাজিৰা মেছাগড়ত নাহৰফুটুকী বাঘৰ সন্ত্ৰাস

নাজিৰা, ২৯ জুনঃ নাজিৰাৰ মেছাগড়ৰ আমকটীয়া চুকত বিগত কেইবাদিন ধৰি নাহৰ ফুটুকী বাঘে সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছে৷ নাহৰ ফুটুকী বাঘে দিন দুপৰতে অঞ্চলটোত প্ৰৱেশ কৰি গোহালিৰ পৰা গৰু, ছাগলী ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। বাঘৰ আতংকত অঞ্চলটোৰ লোকসকলে দিনতে …

ৰঙিয়া ৰেলৱেত থলুৱা নিযুক্তিৰ দাবীত অগপ আৰু যুৱ পৰিষদৰ প্ৰতিবাদ

ৰঙিয়া, ২৯ জুনঃ ৰঙিয়া ৰেল সংমণ্ডলত ১০০ শতাংশ থলুৱা নিযুক্তিৰ দাবীত ৰঙিয়া ডিআৰএম কাৰ্যালয়ৰ সন্মুখত অগপ আৰু অসম যুৱ পৰিষদৰ শতাধিক কৰ্মীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে, ৰাজ্যৰ ৰেল বিভাগত ১০০ শতাংশ থলুৱা নিযুক্তিৰ কাৰণে বিভিন্ন দল-সংগঠনে দীৰ্ঘদিন …

বাঁহৰ খুটাৰে বিদুৎ যোগান

যোৰাবাট,২৯ জুনঃ ৰাজ্যৰ বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিয়ে সৰ্বসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ ২০ কিল’মিটাৰ নিলগত থকা আমভেৰীত বিদ্যুৎ বিভাগৰ গাফিলতিত যিকোনো মূহূতৰ্তে ভয়াবহ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে৷ আমভেৰীত বিভাগটোৱে বিদ্যুৎ পৰিবাহী তাঁৰ বিদ্যুৎ বাহী খুঁটাৰ পৰিবৰ্তে বিপদজনক …

Not In My Name

অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৯ জুনঃ”Not In My Name’ ছ’চিয়েল মিডিয়াৰ এক আহ্বানত হাজাৰ হাজাৰ লোক গোট খালে ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰত। প্ৰতিবাদী জনতাই Not In My Name কে ধৰি বিভিন্ন ধৰণৰ শ্ল’গান লিখা হাতত বেনাৰ আৰু পোষ্টাৰ লৈ বিক্ষোভ প্ৰদৰ্শন …

অৱসৰৰ পিছতে পেঞ্চন লাভ নিশ্চিত কৰাৰ কাৰণে মুখ্যমন্ত্রীৰ নির্দেশ

গুৱাহাটী, ২৮ জুনঃ ৰাজ্যৰ কর্মচাৰীসকলে অৱসৰৰ পিছতেই পেঞ্চন লাভ কৰিব পাৰে, তাৰবাবে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে পেঞ্চন সঞ্চালকালয়ক নির্দেশ দিছে। জনতা ভৱনৰ মুখ্যমন্ত্রীৰ সভাকক্ষত আয়োজিত বৈঠকত পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগৰ কাম-কাজৰ পর্যালোচনা কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে …