সেনাৰ অভিযানত নিহত অনুপ্ৰবেশকাৰী
অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৮ মেঃ ভাৰত-পাকিস্থানৰ সীমান্তত তীব্ৰ উৎকন্ঠাময় পৰিবেশ বিৰাজ কৰি থকা সময়তে আজি ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত অবৈধ অনুপ্ৰবেশকাৰীৰ এটা দলৰ প্ৰৱেশৰ প্ৰচেষ্টা প্ৰতিৰোধ কৰিবলৈ সক্ষম হয়৷ ভাৰতীয় সেনাৰ দলটোৰ অভিযানত এজন অনুপ্ৰৱেশকাৰীৰ নিহত হয়৷ সেনাৰ …