ৰঙিয়াত দুই দুৰ্ধষ বাইক চোৰ আটক
ৰঙিয়া, ২৬ মেঃ গুৱাহাটীকে ধৰি কামৰূপৰ বিভিন্ন স্থানত বাইক চুৰি কৰি সন্ত্ৰাস চলোৱা দুই গভাইত চোৰত ৰঙিয়া আৰক্ষীয়ে আটক কৰে৷ ৰঙিয়া ৰে’লৱে আস্থানৰ পৰা মটৰ চাইকেল চুৰি কৰি থকা অৱস্থাত আস্থানৰ গাড়ী চালক সকলে দুই বাইক চোৰক কৌশলেৰে হাতে লোটে কৰায়ত্ব …