দলং মেৰামতিৰ দাবীত আছুৰ প্ৰতিবাদ

ৰঙিয়া, ২৪ মেঃ জৰাজীৰ্ণ দলং মেৰামতিৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ প্ৰতিবাদত উত্তাল হৈ পৰে কামৰূপৰ ধুহি৷ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ধুহিৰ জৰাজীৰ্ণ কাঠৰ দলং বাবে দীৰ্ঘদিন ধৰি দূৰ্ভোগ ভুগিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ জনতাই৷ দৈনিক শতাধিক লোক দলংখনেৰে …

এছপিঅ’ৰ প্ৰতিবাদ

গুৱাহাটী, ২৪ মেঃ অসম বিশেষ আৰক্ষী জোৱান (এছপিঅ’)সকলক শীঘ্ৰে এআইএছএফ বেটেলিয়নত নিযুক্তি দিয়া আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰে অন্যায়ভাবে জাপি দিয়া গোচৰ উঠাই দিয়াৰ দাবীত অসম বিশেষ আৰক্ষী বিষয়া কল্যান সমিতিয়ে মহানগৰীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ সংগঠনটোৰ সভাপতি দিলীপ শইকীয়া আৰু …

বিদুৎ মন্ত্ৰীৰ সমষ্টিতে বিদুৎ নোহোৱা গাঁও

ৰঙাপাৰা, ২৪ মেঃ ৰাজ্যত পৰিবৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদীত বহা সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰে এটা বছৰ সম্পূৰ্ণ কৰিলে৷ চৰকাৰ পৰিবৰ্তন হ’ল যদিও ইতিবাচক পৰিবৰ্তনৰ পৰা এতিয়াও বহু দূৰৈত ৰাজ্যখন। দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত কিছু সফল হ’লেও ৰাজ্যৰ বাট-পথ, শিক্ষা, স্বাস্থ্য উন্নয়নৰ …

আমচাংত হাতী উদ্ধাৰ অভিযান বনমন্ত্ৰীৰ

পাঁচ কিলোমিটাৰ খোজ কাঢ়ি জলাশয়ত আৱদ্ধ হাতীৰ কাষত বনমন্ত্ৰী ছৰফৰাজ খান, সোণাপুৰ ২৪ মেঃ যোৱা পাঁচদিন ধৰি আমচাং অভয়াৰণ্যৰ এক জলাশয়ত আবদ্ধ হৈ থকা হাতীৰ উদ্ধাৰ অভিযানত নামিল ৰাজ্যৰ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম। বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ অৱহেলাৰ বাবে যোৱা পাঁচদিন ধৰি আমচাং …

ভাল দিনৰ স্বপ্ন এতিয়া ভাৰতবাসীৰ বাবে দুঃস্বপ্ন : অখিল গগৈ

গুৱাহাটী, ২৩ মেঃ ইটােৰ পিছত সিটাে ৰাজনৈতিক চমক আৰু প্ৰতাৰণাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে সংবাদ শিৰােনাম দখল কৰাৰ বাহিৰে এটাও নির্বাচনী প্রতিশ্রুতি পূৰণ কৰিব পৰা নাই কেন্দ্ৰৰ তিনি বছৰীয়া বিজেপি চৰকাৰে। কাম নকৰাকৈ সংবাদ মাধ্যমৰ শিৰােনাম দখল কৰাটােৱে মোদী চৰকাৰৰ আটাইতকৈ ডাঙৰ কৃতিত্ব। …

ডিমা হাচাওৰ হাজাৰ কোটিৰ কেলেংকাৰীঃ শাস্তি ঘোষণা ‘নিয়া’ আদালতৰ

গুৱাহাটী, ২৩ মেঃ অসম কঁপোৱা ডিমা হাচাওৰ হাজাৰ কোটিৰ কেলেংকাৰীত জড়িত ১৬ জন দোষীক সুদীৰ্ঘ ৮ বছৰৰ মূৰত নিয়াৰ আদালতে শাস্তিৰ ৰায় প্ৰদান কৰে৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা, চমুকৈ এন আই এৰ বিশেষ আদালতে কালিৰ ৰায়দানত দোষী সাব্যস্ত কৰা এই ১৬ জন …

পাঠ্যপুথি জ্বলাই ৰান্ধনীয়ে ৰান্ধিলে মধ্যাহ্ন ভোজন

কামপুৰ, ২৩ মেঃ বিদ্যালয়ত পাঠ্যপুথি নাটনিৰ খবৰ নতুন নহয়। কিন্তু বিদ্যালয়ত ছাত্ৰী-ছাত্ৰীক বিতৰণ কৰিবলৈ অনা পাঠ্যপুথিৰে মধ্যাহ্ন ভোজন বনোৱা এক আজব কাহিনী। বিদ্যালয়ত সময়মতে পাঠ্যপুঠি যোগান ধৰিব নোৱাৰাৰ সময়তে শিক্ষা বিভাগত ঘটিছে এনে এক নাভুত নাশ্ৰুত ঘটনা। ঘটনাটো সংঘটিত হৈছে নগাঁও …

মাজুলীত ধানৰ সলনি পতান

মাজুলী,২৩ মেঃ মাজুলীৰ পথাৰত ধানৰ সলনি পতান হোৱাত হাজাৰ হাজাৰ কৃষকৰ মাজত ব্যাপক হাহাকাৰ সৃষ্টি হৈছে৷ গাঁঠিৰ ধন ভাঙি অধিক পৰিশ্ৰম কৰি কৰা খেতি-পথাৰত ধানৰ পৰিৱৰ্তে পতান হোৱাত কৃষকৰ দুখে কুলাই-পাচিয়ে নধৰা হৈছে। অসম চৰকাৰৰ কৃষি বিভাগৰ গাফিলতিৰ ফলত চৰকাৰী …

ভাগিনৰ হাতত প্ৰাণ গ’ল মোমাইৰ

হাউলী, ২৩ মেঃ বাক্সা জিলাৰ গোবৰ্ধন আৰক্ষী থানাৰ অন্তৰ্গত ৰংদিয়াত সংঘটিত এক নৃশংস হত্যাকাণ্ডই অঞ্চলতজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ভূমি বিবাদক কেন্দ্ৰ কৰি ভাগিনৰ হাতত নৃশংস মৃত্যু সাৱতিবলগীয়া হয় মোমায়ে৷ পাঁচজনকৈ ভাগিনে বিবাদক কেন্দ্ৰ কৰি পৰিকল্পিত ভাবে মোমায়েক নুৰ মহম্মদক …

ধৰ্ষণৰ গোচৰত ৰঙাঘৰত ৰজা

বৈঠালাংছ, ২৩ মেঃ কাৰ্বি আংলং জিলাৰ বৈঠালাংছত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাৰ শান্ত নৌহওতেই পুনৰ বৈঠালাংছত ধৰ্ষণৰ বলি হ’ল এগৰাকী বোৱাৰী। বিহু অনুষ্ঠান উপভোগ কৰিবলৈ গৈ কিছুদিন পূৰ্বে বৈঠালাংছত সাতজনকৈ যুৱকৰ দ্বাৰা গণ ধৰ্ষণৰ বলি হৈ প্ৰাণ হেৰুৱাব …