টেট উৰ্ত্তীণক নিযুক্তিৰ নামত কেলেংকাৰী
নলবাৰী, ৯ মেঃ শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰী জিলাত টেট উৰ্ত্তীণ প্ৰাৰ্থীৰ নিযুক্তিৰ নামত বিদ্যালয়সমূহৰ পৰিদৰ্শকে ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ সমগ্ৰ অসমত টেট উৰ্ত্তীণ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ পিছতো জিলাখনৰ টেট উৰ্ত্তীণ (হিন্দী, সংস্কৃত, আৰবী বিষয়ক) সকলে নিযুক্তি লাভ …