চল্লিশোৰ্দ্ধৰ নাৰীৰ স্বাস্থ্য সমস্যা
চল্লিশ বছৰ বয়স পাৰ হোৱাৰ লগে লগে নাৰীৰ দেহত কিছুমান ৰোগে দেখা দিয়ে। সাধাৰণ ৰোগৰ ভিতৰত অষ্টিঅ’পোৰ’ছিছ, হৃদযন্ত্ৰৰ সমস্যা, হাইপাৰটেনছন আৰু টাইপটু ডায়েবেটিছ আদি। ইয়াৰ উপৰি চল্লিশোৰ্দ্ধৰ চৰ্বিযুক্ত নাৰীৰ গ’লব্লাডাৰ ষ্টোন অধিক হোৱা দেখা যায়। চিকিৎসা শাস্ত্ৰত Fertile, Fatty, Flatulent, …