১৭ আৰু ১৮ জুনত অনুষ্ঠিত হ’ব উত্তৰ-পূব ‘প্রাগ চিনে এৱাৰ্ড’
গুৱাহাটী : ৮২টা বসন্ত গৰকা অসমীয়া চলচ্চিত্র উদ্যোগৰ বৰ্ণিল পৰিক্ৰমাক অধিক উদ্ধৃদ্ধ তথা অনুপ্ৰাণিত কৰাৰ মানসেৰে A M Television private Limited-এ পুনৰবাৰ আয়োজন কৰিছে উত্তৰ-পূবৰ সৰ্ববৃহৎ মেগা ইভেণ্ট ‘প্রাগ চিনে এৱার্ড-নৰ্থ-ইষ্ট-২০১৭”। ২০০১ চনৰ ৪ মাৰ্চত আত্মপ্রকাশ ঘটা অসম তথা উত্তৰ-পূবৰ …