ৰ’বটিক পদ্ধতিৰে শিক্ষাদান

গুৱাহাটী, ১১মেঃ পুৰণিকলীয়া শিক্ষাব্যৱস্থা বাস্তৱ সন্মতভাবে শিক্ষার্থীক সৰু সৰু ৰ’বটৰ দ্বাৰা প্রেষ্টিকেল্পী শিক্ষাদানেৰে অতি সহজ ভাবে শিকোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে বাঙ্গালুৰুৰ স্কাইৰিম ইন’ভেশ্বন প্ৰাইভেট লিমিটেড নামৰ প্রতিষ্ঠানটােৱে৷ কেন্দ্রীয় চৰকাৰৰ অধীনস্থ Atal Tinkering Lab আঁচনিৰ জৰিয়তে এই প্রতিষ্ঠানটােৱে প্ৰথমবাৰৰ বাবে ৰ’বটিক পদ্ধতিৰ …

শিৱসাগৰত চাইবাৰ অপৰাধীৰ দপদপনি

শিৱসাগৰ, ১১ মেঃ অসম আৰক্ষীক আধুনিকৰণৰ লগতে ন-ন প্রযুক্তিৰে সাজু কৰি তুলিবৰ বাবে চৰকাৰ-প্ৰশাসনে চলাই থকা সকলো প্রচেষ্টাক মুকলিকৈ উপহাস কৰি অহা চাইবাৰ অপৰাধীৰ ভয়ানক জালত পৰিছে শিৱসাগৰ জিলাৰ বিভিন্ন প্রান্তৰ জনসাধাৰণ। দিন ডকাইতকৈয়ো ভয়াবহ ৰূপ ধাৰণ কৰা চাইবাৰ অপৰাধীয়ে আৰক্ষীৰ …

প্ৰসিদ্ধ গোৱালপৰীয়া সঙ্গীত শিল্পীৰ দেহৱসান

ডিমৰীয়া, ১১ মেঃ গোৱালপৰীয়া সঙ্গীত শিল্পী আব্দুল ছালামৰ সোমবাৰে নিশা ৮.৩০ বজাত নিজ বাসগৃহত দেহৱসান হয়৷ আব্দুল ছালাম বিগত এমাহৰ ধৰি টিবি ৰোগত আক্ৰান্ত আছিল আৰু মৃত্যুৰ  দুদিন পূৰ্বে ব্ৰেনই স্টোক হৈ জি এন আৰ চি আৰু ডাউন টাউন চিকিৎসালয়ত চিকিৎসাধীন …

জুবিন-কুসুমৰ সংগীতানুষ্ঠান চাবলৈ আহি নিহত-২

নাৰায়ণপুৰ,১১ মেঃ লক্ষীমপুৰৰ নাৰায়নপুৰত সংগীতানুষ্ঠান চাবলৈ আহি এক দুৰ্ঘটনাত দুজন যুৱকে কৰুণ মৃত্যুক সাৱতি লয়৷ নাৰায়নপুৰত জুবিন গাৰ্গ আৰু বিহপুৰীয়াত লাটুমণি-কুসুম কৈলাসৰ সংগীতানুষ্ঠান চাবলৈ আহোতেই নাৰায়ণপুৰৰ চৈধ্যপুনিয়াত দুখন বাইকৰ মাজত মুখামুখি সংৰ্ঘষ হয়৷ দুৰ্ঘটনাত ইমানেই ভয়াবহ আছিল যে দুয়োজন বাইক আৰোহী …

ৰাজ্যজুৰি শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ

বৰপেটা, ১১ মেঃ মাদ্ৰাছা সঞ্চালকালয় বিলুপ্তি কৰিব লাগে বুলি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে মুছলিম ছাত্ৰ সন্থা৷ শিক্ষামন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিবাদত মুছলিম ছাত্ৰ সন্থাই ৰাজ্যজুৰি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে৷ ছাত্ৰ …

বৰপেটাৰোড পৌৰসভাত ব্যাপক দুৰ্নীতি : প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত পৌৰ কৰ্মচাৰী

কেৱল পৌৰবোৰ্ডৰ প্ৰস্তাৱ লৈয়েই নীতি বৰ্হিভূতভাৱে দহগৰাকী লোকক নিযুক্তিসহ নিয়মীয়াকৈ দৰমহা প্ৰদান   প্ৰতিবেদন ১   বৰপেটাৰোড, ১০ মেঃ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বাণিজ্যনগৰী বৰপেটাৰোড পৌৰসভাত অব্যাহত আছে এটাৰ পিছত এটাকৈ দুৰ্নীতি৷ বিগত কালছোৱাত বিজেপি নেতৃত্বাধীন বৰপেটাৰোড পৌৰসভাৰ সভাপতি দিলীপ সাহাই একাধিক …

দীপিকাৰ প্ৰেমত মতলীয়া বাহুৱলী

বাহুৱলী ছবিখনত নাম শীৰ্ষক চৰিত্ৰত অভিনয় কৰা অভিনেতা প্ৰভাস সকলো যুৱতীৰ সপোনৰ ৰাজকুমাৰ৷ প্ৰভাসৰ সুদৰ্শন চেহেৰা, আকৰ্ষণীয় শৰীৰ আৰু দক্ষ অভিনয়ে যুৱতী সকলৰ চকুৰ নিদ্ৰা হৰণ কৰিছে৷ প্ৰভাসক এবাৰ লগ পোৱাৰ আশাত মতলীয়া যুৱতীসকল৷ কিন্তু এই অভিনেতাজনৰ ব্যক্তিগত জীৱনৰ পছন্দ …

কিশোৰীক অশ্লীন ইংগিত-ভয়ংকৰ সংঘৰ্ষ

ৰঙিয়া, ১০ মেঃ ৰঙিয়াৰ ঢোলকুছিত ছোৱালী জোকোৱাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত হয়৷ এই সংঘৰ্ষত দুইটা ফৈদৰ তিনিজনকৈ যুৱক গুৰুতৰ ভাবে আহত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি, ঢোলকুছিৰ পুঠিমাৰী নদীত তিনিগৰাকী কিশোৰীয়ে গা ধুই থকা অৱস্থাত পশ্চিম ভেঁহবাৰী …

বিলুপ্ত প্ৰজাতিৰ শতাধিক কাছৰ মৃত্যু

অনলাইন ডেস্ক, ১০ মেঃ উত্তৰ প্ৰদেশৰ আগৰা বিখ্যাত প্ৰেমৰ প্ৰতীক তাজমহলৰ কাৰণে৷ দেশ- বিদেশৰ হাজাৰ হাজাৰ পৰ্যটক আহি ভিৰ কৰে আগৰাত তাজমহল চোৱাৰ বাবে, তাজমহলকলৈ আগৰাবাসীয়ে গৌৰৱ কৰে৷ কিন্তু এইবাৰ আগৰা চৰ্চাত আহিছে কাছক কেন্দ্ৰ কৰি৷ আগৰাৰ পৰা  আশী কিলোমিটাৰ …

বেজীক লৈ তীৰ্থনগৰীত আতংক

হাজো, ১০ মেঃতীৰ্থনগৰী হাজোৰ সংখ্যালঘু লোকৰ বসতিপূৰ্ণ ঠাই আৰু চৰ অঞ্চলত এতিয়া আতংকময় পৰিবেশ। সাধাৰণ এটা বেজীক কেন্দ্ৰ কৰি সংখ্যালঘু ৰাইজৰ মাজত আতংক। বিদ্যালয়ত শিক্ষার্থী অনুপস্থিত, অভিভাকসকল বন্ধ কৰিছে বিদ্যালয়ত নিজ নিজ ল’ৰা-ছোৱালীক পঠোৱাত। হাতে হাতে লাঠি, জোংলৈ ৰাইজ সস্ত্ৰম বেজীৰ …