সোণতলীত মহিলা সন্ধানহীন
নাৰী সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ সোণতলী, ২৮ এপ্ৰিলঃ দক্ষিণ কামৰূপৰ সোণতলীত এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বকো থানাৰ সোণতলী আৰক্ষী চকীৰ অধীনস্থ ডেকাচাং গাঁৱৰ নায়েব আলীৰ পত্নী নুৰজাহান বেগম ওৰফে মুন্নী নামৰ মহিলা গৰাকী ৫ …