শিক্ষকৰ তেজেৰে ৰক্তাক্ত লাষ্টগেট
গুৱাহাটী, ৮ মেঃ অসম বিধানসভাৰ অধিবেশনৰ প্ৰথম দিনটোতে দিছপুৰৰ ৰাজপথ শিক্ষকৰ তেজেৰে ৰাঙলী হ’ল৷ চৰকাৰৰ দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত সদৌ অসম সংযোগী শিক্ষাকৰ্মী সংস্থাৰ শতাধিক শিক্ষাকৰ্মীয়ে দিছপুৰ লাষ্টগেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ শিক্ষাকৰ্মী সংস্থাই দীৰ্ঘদিন ধৰি বিভিন্ন বিদ্যালয়ত কৰ্মৰত হৈ থকা সংযোগী শিক্ষা …