Assam Sahitya Sabah : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা লোকবিদ ডঃ বীৰেন্দ্ৰনাথ দত্তৰ দেহাৱসানত ডঃ দিব্যজ্যোতি শইকীয়াৰ শোক প্ৰকাশ
গুৱাহাটী, ২৩ অক্টোবৰ, ২০২৩ : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা লোকবিদ ডঃ বীৰেন্দ্ৰনাথ দত্তৰ (Birendranath Dutta) দেহাৱসানত ডঃ দিব্যজ্যোতি শইকীয়াৰ শোক প্ৰকাশ। সোমবাৰে পুৱা চিকিৎসাধীন অৱস্থাত ৰাজ্যৰ এগৰাকী বিশিষ্ট নাগৰিক ডঃ বিৰেন্দ্ৰনাথ দত্তই ইহলীলা সম্বৰণ কৰে। প্ৰায় নব্বৈ বছৰ …