Agricultural News : মুম্বাইৰ লগত অসমৰ উদ্যান শস্য কৃষকৰ পোনপতীয়া ব্যৱসায় আৰম্ভ

গুৱাহাটী, ১৮ অক্টোবৰ, ২০২৩ : আজি কাতি বিহুৰ (Kati Bihu) শুভক্ষণত অসমৰ কৃষকে মুম্বাইৰ ৱাচিৰ বৃহৎ পাইকাৰী শাক-পাচলিৰ মন্দিলৈ ব্যৱসায়ৰ সৈতে পোনপতীয়া ব্যৱসায় আৰম্ভ কৰিলে। অসমৰ আদৰৰ কাজিনেমুৰ ব্যৱসায় বিস্তাৰৰ বাবে মুম্বাইত উদ্যান শস্য সঞ্চালকালয়, অসমে লোৱা প্ৰচেষ্টাৰ ব্যাপক সহাৰি …

Global Maritime India : ভাৰতীয় সামুদ্ৰিক খণ্ডত একেদিনাই ৭ লাখ কোটি টকাৰ বিনিয়োগৰ ইতিহাস সৃষ্টি 

নিউজ ডেস্ক, ১৭ অক্টোবৰ,২০২৩ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) মঙলবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ উদ্যোগত মুম্বাইত অনুষ্ঠিত বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন ২০২৩ ৰ শুভ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সামুদ্ৰিক নীল অৰ্থনীতিৰ এক ব্লুপ্ৰিণ্ট …

NF Railway : গোৱালপাৰা হৈ নিউ বঙাইগাঁও- কামাখ্যা দ্বৈত ৰে’লপথ প্ৰকল্পৰ কাম অগ্ৰগতিৰ পথত

গুৱাহাটী, ১৭ অক্টোবৰ, ২০২৩ : ৰে’লৱে সুৰক্ষা আয়ুক্ত (চিআৰএছ)/এনএফ চাৰ্কোল শুভময় মিত্ৰই ১৭ অক্টোবৰ, ২০২৩ তাৰিখে ধুপধৰা আৰু বামুনীগাঁও ষ্টেচনৰ মাজত নতুনকৈ স্থাপন কৰা দ্বৈত ৰে’ল (Double Track) পথৰ বিধিগত পৰিদৰ্শন সম্পূৰ্ণ কৰে। নতুনকৈ স্থাপন কৰা এই দ্বিতীয় ৰে’লপথটোৱে এই …

Man-Elephant Conflict : প্রাতঃভ্রমণলৈ ওলাই যোৱা মহিলা বনৰীয়া হাতীৰ আক্ৰমণত নিহত

গোৱালপাৰা, ১৭ অক্টোবৰ, ২০১৩ : পুনৰ বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী মহিলা (Wild Elephant)। প্রাতঃভ্রমণলৈ ওলাই যোৱা এগৰাকী মহিলা বনৰীয়া হাতীৰ আক্ৰমণত নিহত। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে শোকৰ ছাঁ। বন বিভাগক …

Anjan Nath Murder : অঞ্জন নাথ হত্যাকাণ্ডৰ লগত জড়িত ৭ অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী, ১৬ অক্টোবৰ, ২০২৩ : অঞ্জন নাথ হত্যাকাণ্ডৰ লগত জড়িত ৭ অভিযুক্তক গ্ৰেপ্তাৰ (Seven Arrested)। বিগত তিনিদিন ধৰি মহানগৰ আৰক্ষীয়ে তদন্ত চলাই অৱশেষত অঞ্জন নাথ হত্যাকাণ্ডৰ লগত জড়িত ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। গুলী চালনা কৰা সৌৰভ গোৱেংকাসহ মুঠ ৭ জনক …

War Against Drugs : ২.২৮ গ্ৰাম সন্দেহ যুক্ত হেৰ’ইনসহ তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক

দুলীয়াজান, ১৬ অক্টোবৰ, ২০২৩ : ২.২৮ গ্ৰাম সন্দেহযুক্ত হেৰ’ইনসহ তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক (Three Drugs Paddler Arrested)। এক গোপন খবৰৰ ভিত্তিত চলিছিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানকালত আৰক্ষীয়ে এখন ছুইফট ডিজাইয়াৰ বাহন আৰু এখন স্কুটীও জব্দ কৰে। অধিক তথ্যৰ বাবে …

Illegal Affair : পৰকী প্ৰেমৰ বাবাই ভাঙিলে এখন সুখৰ সংসাৰ

সৰভোগ, ১৬ অক্টোবৰ, ২০২৩ : পুনৰ এক পৰকীয়া প্ৰেম কাহিনী (Extramarital Affair)। পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। পৰকীয়া প্ৰেমৰ বাবেই ভাঙি থান বান হ’ল এখন সুখৰ সংসাৰ। স্বামীৰ অভিযোগ পত্নী আন যুৱকৰ সৈতে আছে প্ৰেমৰ সম্পৰ্ক, পত্নীৰ পৰিয়ালৰ অভিযোগ স্বামী পৰিয়ালে …

One Arrested : এইবাৰ ১০ হাজাৰ টকালৈ হাত দাঙিলে খণ্ড উন্নয়ন বিষয়া

নগাঁও, ১৫ অক্টোবৰ, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এগৰাকী চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ১০ হাজাৰ টকা উৎকোচ …

Morigaon Day : মৰিগাঁও জিলা দিৱসৰ দ্বিতীয় দিনা চাৰণ বিলত কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতা

মৰিগাঁও, ১৫ অক্টোবৰ, ২০২৩ : “ছোৱালীৰ শিক্ষাই ছোৱালীৰ সুৰক্ষা”ক মূল বিষয়বস্তু হিচাপে লৈ মৰিগাঁও জিলা প্ৰশাসনে (Morigaon District Administration) ব্যাপক উৎসাহ উদ্দীপনাৰে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা ৩৫ সংখ্যক মৰিগাঁও জিলা দিৱসৰ দেওবাৰে দ্বিতীয় দিনা চাৰণ বিলত কায়াকিং আৰু …

Lakme Fashion Week : লেকমে ফেশ্বন উইকত সংযুক্তা দত্তৰ শ্ব’ষ্টপাৰ হৈ খোজ দিলে বলিউড অভিনেত্ৰী আদা শৰ্মা

নিউজ ডেস্ক, ১৫ অক্টোবৰ, ২০২৩ : লেকমে ফেশ্বন উইকৰ ৰাণৱেক নিজৰ অপূৰ্ব সৃষ্টিশীলতাৰে সজীৱ কৰি তুলিলে দেশৰ ফেশ্বনৰ জগতৰ দূৰদৰ্শী ডিজাইনাৰ সংযুক্তা দত্তই (Sanjukta Dutta)। লেকমেৰ আজি শেষ দিনটোত “সপোন” শীৰ্ষক এক মনোমোহা সংগ্ৰহেৰে সংযুক্তা দত্তই দৰ্শকক মন্ত্ৰমুগ্ধ কৰি পেলায়। …