Man-Elephant Conflict : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা
ৰঙাপৰা, ৯ অক্টোবৰ, ২০২৩ : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা (Wild Elephant Killed Lady)। দেওবাৰে নিশাৰ ভাগত সংঘটিত হয় এই শোকাবহ ঘটনা। নিশা শুই থকা অৱস্থাত বনৰীয়া হাতীয়ে গছকি হত্যা কৰে মহিলা গৰাকীক। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ …