Railway Time Table : উত্তৰ পূব সীমান্ত ৰে’লৱেত ৭২ খন ৰে’লৰ যাত্ৰা সময় হ্ৰাস
গুৱাহাটী, ৫ অক্টোবৰ, ২০২৩ : ভাৰতীয় ৰে’লৱেই (Indian Railway) ১ অক্টোবৰ, ২০২৩ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ যাত্ৰীবাহী ৰে’লসমূহৰ বাবে নতুন সৰ্বভাৰতীয় সময়সূচী প্ৰকাশ কৰিছে। বহুতো নিৰ্ধাৰিত/বিশেষ ৰে’লৰ যাত্ৰাৰ আৰম্ভণি, সমাপ্তিৰ ষ্টেচন আৰু ষ্টপেজৰ সময়সূচী সংশোধন কৰা হৈছে। তদুপৰি, যাত্ৰা সময় …