Assamese Film : অ’ টি টি প্লেটফৰ্মত চলচ্চিত্ৰ ‘কাণ্ডাৰী’ৰ মুক্তিলাভ
গুৱাহাটী, ১৬ ছেপ্টেম্বৰ, ২০২৩ : শেহতীয়াকৈ অ’ টি টি (OTT) প্লেটফৰ্মত মুক্তিলাভৰ বাবে সেউজ সংকেত লাভ কৰিছে এখন অসমভিত্তিক চলচ্চিত্ৰ ‘কাণ্ডাৰী’য়ে। গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত সংবাদ মাধ্যম আৰু বিশিষ্ট অতিথিসকলৰ উপস্থিতিত চলচ্চিত্ৰখনে মুক্তিলাভ কৰে।অসমীয়া আৰু হিন্দী ভাষাত একেলগে মুক্তি পোৱা …