Assam Jatiya Parishad : পুনৰ ভূমি কেলেংকাৰীৰ সৈতে সাঙুৰ খালে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নাম : ন্যায়িক তদন্ত দাবী
গুৱাহাটী, ১০ ছেপ্টেম্বৰ, ২০২৩ : অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) পৰিয়ালৰ নাম পুনৰ আন এক ভূমি কেলেংকাৰীৰ সৈতে সাঙোৰ খাই পৰাৰ অভিযোগ৷ এইবাৰ ৫০ বিঘাতকৈ অধিক কৃষি ভূমি ক্ৰয় কৰাৰ পিছত চৰকাৰী প্ৰভাৱ খটুৱাই সেয়া ঔদ্যোগিক …