Assam Jatiya Parishad : ৰাজ্য চৰকাৰে অপ্ৰয়োজনীয় বিলাসী নিৰ্মাণেৰে ৰাজকোষত মাধমাৰ সোধাইছে : অসম জাতীয় পৰিষদ

গুৱাহাটী, ৯ জুলাই ২০২৩ : এটাৰ পিছত এটাকৈ চৰকাৰী ভৱন ধ্বংস কৰি নতুন নিৰ্মাণেৰে ৰাজকোষৰ শৰাধ আৰম্ভ কৰা ৰাজ্য চৰকাৰৰ (State Government) এনে অপ্ৰয়োজনীয় বিলাসিতাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷ নৱগঠিত জাতীয়তাবাদী আঞ্চলিক দলটোৰ মতে, যিসময়ত ঋণৰ ওপৰত …

Assam Satra Mahasabha : অসম সত্ৰ মহাসভাৰ কৰ্মশালাক আদৰণীয় পদক্ষেপ বুলি অভিহিত ডঃ দিব্যজ্যোতি শইকীয়াৰ

উমৰাংচু, ৮ জুলাই, ২০২৩ : উমৰাংচুত (Umrangsu) আয়োজন কৰা হয় অসম সত্ৰ মহাসভাৰ সাতদিনীয়া কৰ্মশালা। অসম সত্ৰ মহাসভাৰ কৰ্মশালাক আদৰণীয় পদক্ষেপ বুলি অভিহিত কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক তথা মানৱ অধিকাৰ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াই। পাহাৰীয়া জিলা ডিমা হাচাওৰ উমৰাংচুস্থিত নেপক’ৰ …

Protest By Journalist : পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাংবাদিকৰ

গুৱাহাটী, ৮ জুলাই, ২০২৩ : বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক দুৰ্বব্যবহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক অচিৰেই নিলম্বনৰ দাবী তুলি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Journalist Protest in Narengi)। গুৱাহাটীৰ নাৰেঙ্গীস্থিত …

Golaghat Lady : অশ্লীল ছবিৰ নায়িকা হ’ল গোলাঘাটৰ বোৱাৰী

গোলাঘাট, ৭ জুলাই, ২০২৩ : অশ্লীল ছবিৰ নায়িকা হ’ল গোলাঘাটৰ বোৱাৰী (Pron Actress)। কেইবাটাও অশ্লীল ছবিত অভিনয় বোৱাৰী গৰাকীৰ। ভাইৰেল হৈছে বোৱাৰী গৰাকীয়ে অভিনয় কৰা অশ্লীল ছবিৰ অশ্লীল দৃশ্য। অশ্লীল ভিডিঅ’ৰ দৃশ্য দেখি চিন্তিত গাঁৱৰ ৰাইজ। অশ্লীল ছবিৰ নায়িকা বোৱাৰী …

Assam Police : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দুৰ্ব্যবহাৰ

গুৱাহাটী, ৭ জুলাই, ২০২৩ : ৰাজ্য চৰকাৰে জনসাধাৰণ নিৰাপত্তা দিয়াৰ কাৰণে অসম আৰক্ষীক স্মাৰ্ট আৰক্ষী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গুৱাহাটীত আৰক্ষী আয়ুক্তালয় স্থাপন কৰাৰ পিছতো জনসাধাৰনক নিৰাপত্তা দিয়াৰ দুৰৰে কথা মহানগৰীৰ এখন আৰক্ষী থানাৰ এজন ভাৰপ্ৰাপ্ত বিষয়াই সৌজন্য মূলক সাক্ষাৎতো …

One Arrested While Taking Bribe : উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰিল লাট মণ্ডল

গুৱাহাটী, ৬ জুলাই, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ৬ হাজাৰ টকা উৎকোচ …

Assam Flood : বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও ৫৫ খন গাঁও বাঢ়নী পানীৰ তলত

গুৱাহাটী, ৫ জুলাই, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত এতিয়াও ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ৩ খনকৈ জিলা আৰু মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Three districts and sub division under water)। বজালী, ধেমাজি আৰু কামৰূপ এতিয়াও বছৰৰ প্ৰথমটো বানৰ কবলত। …

AAP Assam : তিনি গগৈ সম্পৰ্কে বিতৰ্কিত মন্তব্য দি আপৰ পৰা নিলম্বন কমল কুমাৰ মেধি

গুৱাহাটী, ৫ জুলাই, ২০২৩ : আম আদমি পাৰ্টীৰ পৰা নিলম্বন কমল কুমাৰ মেধিক (Kamal Kumar Medhi)। তিনি গগৈ সম্পৰ্কে বিতৰ্কিত মন্তব্য দি আম আদমি পাৰ্টীৰ পৰা নিলম্বন হ’ল কমল কুমাৰ মেধি। আম আদমি পাৰ্টীৰ কাৰ্যনিৰ্বাহক সভাত ক্ষমা খোজাৰ পিছত পুনৰ …

Mother And Daughter Rape Case : গুৱাহাটীত ৬৫ বছৰীয়া মাতৃ আৰু ২২ বছৰীয়া কন্যাক ধর্ষণ

গুৱাহাটী, ৪ জুলাই, ২০২৩ : মহানগৰীত জঘন্য ধর্ষণকাণ্ডৰ ঘটনা (Rape Case in Guwahati)। মাতৃ আৰু কন্যাক ধর্ষণ কৰিলে ৮ টা পাষণ্ডই। ৬৫ বছৰীয়া মাতৃৰ লগতে ২২ বছৰীয়া কন্যাক পাষণ্ড ৮ টা ধর্ষণ কৰাৰ লগতে চলাইছিল নিৰ্যাতন। ৪ টা পাষণ্ডক আৰক্ষীয়ে …

Assam Flood : বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও ১০০ খন গাঁও প্লাৱিত হৈ আছে

গুৱাহাটী, ২ জুলাই, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত এতিয়াও ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ৬ খনকৈ জিলা আৰু মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Six districts and sub division under water)। বজালী, ধেমাজি, গোলাঘাট, যোৰহাট, কামৰূপ আৰু কোকৰাঝাৰ এতিয়াও বছৰৰ …