Parbatjhora : নিশাৰ ভাগত বনাঞ্চলৰ পৰা ওলাই আহি তাণ্ডৱ চলায় জনাঞ্চলত
পৰ্বতঝোৰা, ৯ ছেপ্টেম্বৰ, ২০২৩ : নিশাৰ ভাগত বনাঞ্চলৰ পৰা ওলাই আহি তাণ্ডৱ চলায় জনাঞ্চলত। মানুহৰ ঘৰ ভাঙি, ভঁৰালৰ ধান খাই কৰে তহিলং। দীর্ঘদিন ধৰি অব্যাহত এই ধাৰা কিন্তু বন বিভাগৰ ইয়াক লৈ নাই কোনো ধৰণৰত গুৰুত্ব। উজাগৰে নিশা কটাবলৈ বাধ্য …