Kazirnga National Park : কাজিৰঙাত কাছ ধৰি জালত পৰিল তিনি বন কর্মী
কাজিৰঙা, ৬ জুন, ২০২৩ : বন কৰ্মীৰ হাততে সুৰক্ষিত নহয় বন্যপ্ৰাণী। কাজিৰঙাত বন কৰ্মীয়ে চলাই গৈছে বন্যপ্ৰাণীৰ অবৈধ বেহা। কাজিৰঙাত কাছ ধৰি জালত পৰিল তিনি বন কর্মী। ৭ টাকৈ দুষ্প্ৰাপ্য কাছসহ গ্ৰেপ্তাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনি বন কর্মী (Three Forest …