Joonmani Rabha Case To CBI : জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত

গুৱাহাটী, ২০ মে’ : চি আই ডিয়ে চলাই থকা জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি বি আইলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত। জোনমণি ৰাভাৰ মৃত্যুৰ (Joonmani Rabha Mysterious Death) তদন্ত চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত অসম আৰক্ষীৰ। আৰক্ষী সঞ্চালন প্ৰধান জি পি …

Joonmani Rabha Accident Case : নগাঁও আৰু লখিমপুৰৰ চাৰি আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ

গুৱাহাটী, ১৯ মে’ : যিমানে তদন্ত আগবাঢ়িছে, সিমানেই ন ন তথ্য পোহৰলৈ আহিছে। বিগত দুদিন ধৰি চি আই ডিয়ে ইজনৰ পিছত সিজন আৰক্ষীক জেৰা চলাই সংগ্ৰহ কৰিছে বহু তথ্য। এইবাৰ চাৰিজনকৈ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে (Four Police Officer …

Two Days Policy Custody : দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ মিনাক্ষী কাকতি কলিতা

গুৱাহাটী, ১৯ মে’ : দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ মিনাক্ষী কাকতি কলিতা। সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাক (Minakshi Kakati Kalita)। পাঁচ দিনৰ …

Assam Jatiya Parishad : গাদী ৰক্ষাৰ স্বাৰ্থত জাতীয় দায়িত্ব পাহৰি সুবিধাবাদৰ আশ্ৰয় লৈছে শিক্ষামন্ত্ৰীয়ে : অসম জাতীয় পৰিষদ

গুৱাহাটী, ১৯ মে’ : অসমৰ চৰকাৰী চাকৰিত, বিশেষকৈ প্ৰাথমিক শিক্ষকৰ পদত বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ সপক্ষত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উকালতি কৰাৰ অভিযোগ অসম জাতীয় পৰিষদৰ। গাদী ৰক্ষাৰ স্বাৰ্থত জাতীয় দায়িত্ব পাহৰি সুবিধাবাদৰ আশ্ৰয় লৈছে শিক্ষামন্ত্ৰীয়ে বুলি মন্তব্য প্ৰকাশ কৰি …

Two Arrested For Bribe : বৃহস্পতিবাৰে হাত দাঙিলে দুগৰাকী চৰকাৰী কৰ্মচাৰীয়ে

গুৱাহাটী, ১৮ মে’ : বৃহস্পতিবাৰে (১৮ মে’) হাত দাঙিলে দুগৰাকী চৰকাৰী কৰ্মচাৰীয়ে। লোভ চম্ভালিব নোৱাৰি হাত দাঙিলে দুগৰাকী চৰকাৰী কৰ্মচাৰীয়ে। লোভত পৰি পুনৰ জালত পৰিল দুগৰাকী চৰকাৰী কৰ্মচাৰী। উৎকোচ লোৱাৰ সময়তে হাতে-লোটে দুগৰাকী চৰকাৰী কৰ্মচাৰীক আটক কৰিলে দুৰ্নীতি নিবাৰক শাখাই …

Three Killed in Road Accident : বাইক আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত নিহত তিনিজন

ধুবুৰী, ১৮ মে’ : বাইক আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ (Bike and truck collision)। থিতাতে নিহত হয় তিনিজনকৈ লোক। দুর্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালকজনে পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে আটক কৰে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুর্ঘটনা। ১৭ …

CID : হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক চি আই ডিৰ জেৰা

নগাঁও, ১৮ মে’ : হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক (Haibargaon Police Station) চি আই ডিৰ জেৰা। নগাঁও পুলিচ গেষ্ট হাউছত চি আই ডিয়ে জেৰা চলাইছে আভাজ্যোতি ৰাভাক। জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত আভাজ্যোতি ৰাভাক চি আই ডিৰ জেৰা। দুর্ঘটনাৰ …

Joonmani Rabha Accident : কেনেকৈ হৈছিল জোনমণি ৰাভাৰ দুর্ঘটনা ? এজন গাড়ী চালকৰ বিস্ফোৰণ

গুৱাহাটী, ১৭ মে’ : আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে চৰ্চা। সঁচাকৈ জোনমণি ৰাভাৰ বাহনখন দুর্ঘটনাত পতিত হৈছিল? জোনমণি ৰাভাৰ পৰিয়ালৰ লোকে পথ দুর্ঘটনাত জোনমণি ৰাভাৰ মৃত্যু হোৱা বুলি মানি লব বিচৰা নাই। পৰিকল্পিতভাৱে জোনমণি ৰাভাক …

Srimanta Sankardev Sangha : ৩০ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ কেন্দ্ৰীয় শিশু, যুৱ আৰু আইমাতৃ সমাৰোহৰ আদৰণি সমিতি গঠন

ধূপধৰা, ২১ মে’ : ৩০ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ কেন্দ্ৰীয় শিশু, যুৱ আৰু আইমাতৃ সমাৰোহৰ আদৰণি সমিতি গঠনৰ বাবে বিশাল ৰাজহুৱা সভা। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ খনিকৰ, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামাঙ্কিত উত্তৰ-পূব ভাৰতৰ সু-বৃহৎ ধৰ্মীয়, …

CID : ৰহস্য ফাদিল কৰিবলৈ লখিমপুৰলৈ ৰাওনা চি আই ডিৰ দল

গুৱাহাটী, ১৭ মে’ : ৰহস্যৰ মাজত সোমাই পৰিছে জোনমণি ৰাভাৰ মৃত্যু (Joonmani Rabha)। জোনমণি ৰাভাৰ মৃত্যুৰ পিছত উত্থাপন হৈছে কেইবাটাও প্ৰশ্ন। আনিমা খাতুন নামৰ এগৰাকী মহিলাই জোনমণি ৰাভাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পৰিবৰ্তে হাছিনা বেগম নামৰ আন এগৰাকী মহিলাই জোনমণি …