One More Govt. Employee Arrested : ১ হাজাৰ টকাৰ লোভত পৰি হাত দাঙিলে ববী খান শইকীয়াই

শোণিতপুৰ, ১৬ মে’ : লোভ চম্ভালিব নোৱাৰিলে এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে। লোভত পৰি পুনৰ জালত পৰিল এগৰাকী চৰকাৰী কৰ্মচাৰী। মাত্ৰ ১ হাজাৰ টকাৰ (1 thousand bribe money) লোভত পৰি হাত দাঙিলে ববী খান শইকীয়াই। ১ হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে …

Land Acquisition : ভূমি অধিগ্ৰহণ কৰি ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ ক্ষতিগ্ৰস্ত ৰাইজৰ

Joonmani Begum  বিশ্বনাথ, ১৬ মে’ : ভূমি অধিগ্ৰহণ কৰি ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ ক্ষতিগ্ৰস্ত ৰাইজৰ। ক্ষতিপূৰণ নিদিয়াৰ বাবে ৰাইজে বন্ধ কৰিলে কাম (Peoples Stop Work)। বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰিলে পৰিৱেশ। এসপ্তাহ ভিতৰত ক্ষতিপূৰণ নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ ক্ষতিগ্ৰস্ত ৰাইজৰ। পাৱাৰ …

Road Accident : জখলাবন্ধাত ভয়ংকৰ পথ দুর্ঘটনাত নিহত আৰক্ষী বিষয়া জোনমণি ৰাভা

নগাঁও, ১৬ মে’ : আৰক্ষী বিষয়া জোনমণি ৰাভাৰ (Joonmani Rabha) মৃত্যু। জখলাবন্ধাত ভয়ংকৰ পথ দুর্ঘটনাত নিহত আৰক্ষী বিষয়া জোনমণি ৰাভা। নিশা ১.৩০ বজাত সংঘটিত হৈছিল পথ দুর্ঘটনা। এখন ট্ৰাকৰ লগত সংঘৰ্ষ হৈছিল জোনমণি ৰাভাৰ বাহন। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে …

Clash Between Two Group : দুই ফৈদৰ মাজত সংঘৰ্ষ : আহত কেইবাজনো লোক

বিশ্বনাথ, ১৫ মে’ : দুই ফৈদৰ মাজত সংঘৰ্ষ। আহত কেইবাজনো লোক (Injured)। আহত সকলৰ ভিতৰত এজন আঘাত গুৰুত্বৰ। ভূমি কেন্দ্ৰিক বিবাদৰ ফলত সংঘটিত হয় এই সংঘর্ষ। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে তিনিজনকৈ লোকক। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। ৰাজ্যত পুনৰ …

Three Killed : নেপালৰ পৰা শদিয়াত বিয়া খাবলৈ আহি হেৰুৱালে প্ৰাণ

শদিয়া, ১৫ মে’ : নেপালৰ পৰা শদিয়াত বিয়া খাবলৈ আহি হেৰুৱালে প্ৰাণ একেটা পৰিয়ালৰ তিনি গৰাকীকৈ সদস্যই। পিতৃ-মাতৃৰ লগতে প্ৰাণ হেৰুৱালে পুত্ৰই (Father, Mother, Son lost life)। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে শোকৰ ছাঁ। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ …

Mothers Letter to PM : মাতৃ দিৱস উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰীলৈ ৰাজ্যৰ মাতৃ সমাজৰ পত্ৰ

গুৱাহাটী, ১৪ মে’ : মাতৃ দিৱস উপলক্ষে (One the occasion of mother’s Day) দেশৰ প্ৰধানমন্ত্ৰীলৈ ৰাজ্যৰ মাতৃ সমাজৰ পত্ৰ। ধঁপাত নিয়ন্ত্ৰণ আইন অধিক কঠোৰ কৰাৰ দাবী ৰাজ্যৰ মাতৃ সমাজৰ। মাতৃ দিৱসৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত দেওবাৰে ৰাজ্যৰ বিভিন্ন …

Unidentified Decease : অচিন ৰোগত আক্ৰান্ত হৈ একেটা পৰিয়ালৰ তিনি গৰাকী যুৱতীৰ মৃত্যু

বিশ্বনাথ, ১৪ মে’ : অচিন ৰোগৰ প্ৰদুৰ্ভাৱ ঘটিছে। অচিন ৰোগত আক্ৰান্ত হৈ একেটা পৰিয়ালৰ তিনি গৰাকী যুৱতীৰ মৃত্যু (Three died due to unidentified decease)। পৰিয়ালটোৰ আন এগৰাকী যুৱতীও আক্রান্ত হৈছে অচিন ৰোগটোত। স্বাস্থ্য বিভাগৰ লোকে অচিন ৰোগত আক্রান্ত যুৱতী গৰাকীৰ …

Karnataka Assembly Election 2023 : প্ৰেমৰ দোকান নিৰ্বাচন কৰাৰ বাবে কৰ্ণাটকৰ জনতাক ধন্যবাদ : ৰাহুল গান্ধী

নিউজ ডেস্ক, ১৩ মে’ : কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে (Karnataka Election Counting)। কৰ্ণাটকত কংগ্ৰেছ দল বৃহৎ জয়ৰ দিশে অগ্ৰসৰ হৈছে। ইফালে বিজেপিয়ে দক্ষিণ ভাৰতৰ নিজৰ একমাত্ৰ দুৰ্গ ৰক্ষা কৰাত বিফল হ’ল। কটনাটক ৰক্ষা কৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ …

Guwahati Leopard Attack : মহানগৰীত নাহৰফুটুকী বাঘৰ আক্ৰমণত মহিলাসহ আহত দুজন

গুৱাহাটী, ১২ মে’ : গুৱাহাটীত ওলাইছে নাহৰফুটুকী বাঘ। পুনৰ বনাঞ্চলৰ পৰা ওলাই জনাঞ্চলত প্ৰৱেশ নাহৰফুটুকী বাঘৰ। মহানগৰীত নাহৰফুটুকী বাঘৰ আক্ৰমণত মহিলাসহ আহত দুজন (A Lady and a man)। কুকুৰ এটাও ভক্ষণ কৰে নাহৰফুটুকী বাঘটোৱে। অঞ্চলজুৰি বিৰাজ কৰিছে এক আতংকময় পৰিৱেশৰ। …

CBSE Education : চি বি এছ ই পাঠ্যক্ৰমৰ শিক্ষাদান আৰম্ভ হ’ব কামৰূপ জিলাত

আমিনগাঁও, ১২ মে’ : চি বি এছ ই পাঠ্যক্ৰমৰ শিক্ষাদান আৰম্ভ হ’ব কামৰূপ জিলাত (CBSE education start)। কামৰূপ জিলাত অচিৰেই আৰম্ভ হ’ব চি বি এছ ই পাঠ্যক্ৰমৰ ইংৰাজী মাধ্যমৰ ৪ খনকৈ আদৰ্শ বিদ্যালয়ৰ শিক্ষাদান। বিদ্যালয় কেইখন মুকলি কৰাৰ প্ৰস্তুতি তুংগত। …