Kamrup district Administration : লোকনিৰ্মাণ-আৰক্ষী-পৌৰনিগমৰ অনুমতি অবিহনে কোনো কামতে খান্দিব নোৱাৰিব পথ

গুৱাহাটী, ৪ মে’ : কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ (Road Safety) এখন গুৰুত্বপূৰ্ণ সভা বৃহস্পতিবাৰে (৪ মে’) জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হয়। সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম …

Anan Tati Arrested : মাৰ্ঘেৰিটাৰ জঘন্য কাণ্ডৰ অভিযুক্ত আনন তাঁতী গ্ৰেপ্তাৰ

মাৰ্ঘেৰিটা, ৪ মে : অৱশেষত জালত পৰিল পলাতক আনন তাঁতী। তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মাৰ্ঘেৰিটা জঘন্য কাণ্ডৰ অভিযুক্ত আনন তাঁতীক (Tinsukia police arrested Anan Tati)। নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ আনন তাঁতীৰ বিৰুদ্ধে। আনন তাঁতীৰ ঘৰৰ শৌচালায়ত উদ্ধাৰ হৈছিল …

Manipur Law and Order : বৃহস্পতিবাৰেও মণিপুৰৰ আইন শৃংখলা নিয়ন্ত্ৰণহীন হৈ আছে

নিউজ ডেস্ক, ৪ মে’ : মণিপুৰৰ আইন শৃংখলাৰ অধিক অৱনতি ঘটিছে। বৃহস্পতিবাৰেও মণিপুৰৰ আইন শৃংখলা নিয়ন্ত্ৰণহীন হৈ আছে। ৰাজ্যখনৰ কেইবাখনো জিলাৰ লগতে ৰাজধানী ইম্ফলত হিংসাত্মক ঘটনা সংঘটিত হৈছে (Tension in Imphal)। প্ৰতিবাদকাৰী সকলে শিলা বর্ষণৰ লগতে অগ্নি সংযোগ কৰে বহু …

Minor Girl killed : ১২ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলাই হত্যা

মাৰ্ঘেৰিটা, ৪ মে’ : জঘন্য ঘটনা (shameful incident)! ১২ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলাই হত্যা। মৃতদেহ লুকুৱাই ৰাখিলে শৌচালায়ৰ টেংকীত। নাবালিকা গৰাকীৰ মাতৃয়ে আত্মীয়ৰ ঘৰত থৈ গৈছিল নাবালিকা গৰাকীক। অভিযুক্ত আনন তাঁতী পলাতক। ৰাইজে আনন তাঁতীৰ কঠোৰ শাস্তিৰ দাবীত অব্যাহত …

Drugs Addicted Youth : ড্ৰাগছৰ নিচাত যুৱকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

মৈৰাবাৰী, ৪ মে’ : ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিনাম। ড্ৰাগছৰ নিচাত এজন যুৱকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। নিজ ভগ্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুত্বৰভাৱে আহত কৰিলে ড্ৰাগছ আসক্ত যুৱকজনে (Drugs addicted youth attack sister)। চিকিৎসালয়ত মৃত্যৰ সৈতে যুঁজি আছে ভগ্নী। ভগ্নীক …

Mobile Internet Suspended : পাঁচ দিনলৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰৰ

নিউজ ডেস্ক, ৪ মে’ : পাঁচ দিনলৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰৰ (Five day mobile internet suspended)। ক্ৰমাৎ ভয়াৱহ হৈ পৰা আইন-শৃংখলা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ মণিপুৰ চৰকাৰে ৰাজ্যখনত অহা পাঁচ দিনৰ বাবে মোবাইল ইণ্টাৰনেট বন্ধ কৰাৰ সিদ্ধান্ত …

Boat capsize in Sadia : পুনৰ নাও দুৰ্ঘটনা, নদীত ডুব গ’ল যন্ত্ৰচালিত নাও

শদিয়া, ৩ মে’ : ৰাজ্যত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা। নদীৰ বুকুত ডুব গ’ল যন্ত্ৰচলিত নাও (Enginee boat capsize)। যাত্ৰীসহ নাওখনত আছিল কেইবাখনো বাহন। দুখন চাৰিচকীয়া বাহন নদীত উটি যায়। দুজন যাত্ৰী সন্ধানহীন হোৱাৰ সন্দেহ। উদ্ধাৰকাৰী দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ …

Srinkhal Chaliha Again Arrested : কাৰাগাৰৰ পৰা ওলাবলৈ লোৱাৰ সময়তে পুনৰ গ্ৰেপ্তাৰ শৃংখল চলিহাক

শিৱসাগৰ : মুকলি আকাশৰ তললৈ অহা নহ’ল শৃংখল চলিহাৰ। পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল শৃংখল চলিহাক (Srinkhal chalika arrested)। কাৰাগাৰৰ পৰা ওলাবলৈ লোৱাৰ সময়তে পুনৰ গ্ৰেপ্তাৰ কৰা হয় শৃংখল চলিহাক। ধন দাবীৰ অভিযোগত মঙলবাৰে পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছিল শৃংখল চলিহাক। …

Arms and Ammunition Recovered : বড়ো ভূমিত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ

ওদালগুৰি, ৩ মে’ : বড়ো ভূমিত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ। আৰক্ষীয়ে অভিযান চলাই অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ (Assam-Arunachal Boarder) পৰা উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ। হাবিৰ মাজত লুকুৱাই ৰখা হৈছে অস্ত্ৰ শস্ত্ৰখিনি। পূৰ্বেও বড়ো ভূমিৰ বিভিন্ন প্ৰান্তত …

Srinkhal Chaliha Got Bail : জামিন লাভ কৰিলে যদিও নিশা ন্যায়িক জিম্মাত থাকিব শৃংখল চলিহা

শিৱসাগৰ : জামিন লাভ কৰিলে শৃংখল চলিহাই। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শৃংখল চলিহাৰ জামিন মঞ্জুৰ কৰে। জামিন লাভ কৰিলে যদিও নিশা ন্যায়িক জিম্মাত থাকিব শৃংখল চলিহা। মঙলাবাৰে পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছিল শৃংখল চলিহাক (Srinkhal Chaliha Arrested)। এজন ব্যৱসায়ীৰ …