Rahul Gandhi : চুৰট আদালতৰ ৰায়দানকলৈ সোমবাৰে ৰাহুল গান্ধী আদালতলৈ যোৱাৰ সম্ভাৱনা
নিউজ ডেস্ক : চুৰট আদালতলৈ যাব কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)। চুৰট আদালতৰ ৰায়দানকলৈ সোমবাৰে ৰাহুল গান্ধী আদালতত উপস্থিত হোৱাৰ সম্ভাৱনা। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ শুনানিত দুবছৰৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰিছিল চুৰটৰ আদালতে। কংগ্ৰেছ …