Question Paper Leak : ছাত্ৰ-ছাত্ৰীৰ মনত বেমেজালিৰ সৃষ্টি নহ’বৰ বাবেহে বাতিল কৰা হৈছে পৰীক্ষা : ছেবা
Sibani Saikia গুৱাহাটী : পুনৰ ফাদিল প্ৰশ্ন কাকত (Question Paper Leak)। চলিত বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত পুনৰ ফাদিল। এইবাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হ’ল। প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতেই সাধাৰণ বিজ্ঞানৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত ছেবাৰ। পৰীক্ষা …