School : কানাডিয়ান প্রি-স্কুল মেপল বিয়েৰৰ বাৰ্ষিক দিৱস উদযাপন

গুৱাহাটী : কানাডিয়ান প্রি-স্কুল মেপল বিয়েৰৰ বাৰ্ষিক দিৱস উদযাপন। গুৱাহাটীৰ এবিচিত অৱস্থিত মেপল বিয়েৰ কানাডিয়ান প্রি-স্কুলে (School) জিএমচিএইচৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে ২০২২- ২৩ৰ বাৰ্ষিক দিৱস। শিক্ষানুষ্ঠানখনৰ গৰাকী নিধী প্রবীণ গৈয়লৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এ এম টেলিভিজন …

Hatigaon Fire : নিশা হাতীগাঁও অঞ্চলত গৃহহীন হ’ল ১৫০ টাকৈ পৰিয়াল

গুৱাহাটী : নিশা হাতীগাঁও অঞ্চলত গৃহহীন হ’ল ১৫০ টাকৈ পৰিয়াল। নিমিষতে এক বিধ্বংসী অগ্নিকাণ্ডই (Hatigaon Fire) ভস্মীভূত কৰি পেলালে ১৫০ টাকৈ পৰিয়ালৰ বাসগৃহ। বৃহস্পতিবাৰে নিশাৰ ভাগত হাতীগাঁৱৰ অজন্তা পথত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। জানিব পৰা মতে এই বিধ্বংসী অগ্নিকাণ্ডত …

Bandana Kalita : বোন্দাজানৰ পৰা উদ্ধাৰ হ’ল বন্দনা কলিতাই হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা

গুৱাহাটী : বোন্দাজানৰ পৰা উদ্ধাৰ হ’ল বন্দনা কলিতাই (Bandana Kalita) হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা। বৃহস্পতিবাৰে আৰক্ষীয়ে বন্দনা কলিতাক লগতলৈ নৃশংস হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দাখন উদ্ধাৰৰ বাবে বোন্দাজানত অভিযান চলায়। বোন্দাজানৰ পৰা দাখন উদ্ধাৰ হোৱাৰ পিছত বন্দনা কলিতাই দাখন চিনাক্ত কৰে। …

Health Camp : ২০০০ লোকে বিনামূলীয়াকৈ ভ্ৰাম্যমাণ চিকিৎসা বাছ শিবিৰৰ সুবিধা লৈছিল

গুৱাহাটী : অসমৰ গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলক বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দেশ্যেৰে অসমত এইকেইদিন বিনামূলীয়াকৈ ভ্ৰাম্যমাণ চিকিৎসা বাছ শিবিৰৰ (Health Camp) আয়োজন কৰা হৈছে। বিভিন্ন স্থানত এতিয়ালৈকে আয়োজিত প্ৰায় ১৫ টা শিবিৰত ২০০০ ৰো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। এই …

৬ দিনৰ বাবে আৰক্ষীৰ জিম্মাত নাৰেংগী হত্যাকাণ্ডৰ অভিযুক্ত বন্দনা কলিতা

গুৱাহাটী : বুধবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হয় নাৰেংগীৰ নৃশংস হত্যাকাণ্ডৰ অভিযুক্ত বন্দনা কলিতাক (Bandana Kalita)। আদালতে স্বামী আৰু শাহুৱেকৰ হত্যাৰ অভিযুক্ত বন্দনা কলিতাক ৬ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে আদালতৰ পৰা ৭ দিনৰ বাবে নিজৰ জিম্মালৈ বিচাৰিছিল …

Awareness Rally : এথেৰ গুৱাহাটীৰ উদ্যোগত ই ভি সজাগতা ৰেলী

গুৱাহাটী : দেশৰ আগশাৰীৰ দুচকীয়া বৈদ্যুতিক বাহন নির্মাতা কোম্পানী এথেৰ গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত হৈছে ই ভি সজাগতা ৰেলী (Awareness Rally)। পূৱ ভাৰতৰ সৰ্ববৃহৎ ই ভি সজাগতা ৰেলীত ১০০ ৰো অধিক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত এছ এ আৰ এনট্ৰেড প্রাইভেট লিমিটেডৰ …

New App : উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে সংযোজন হ’ল এক নতুন অনলাইন এপ

গুৱাহাটী: আই আই ই, এন ই ই টি, চি ই ই ইত্যাদিৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰতিজন পৰীক্ষাৰ্থীৰ বাবে সুখবৰ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে সংযোজন হ’ল এক নতুন অনলাইন এপ (New App)। গুৱাহাটী প্ৰেছ ক্লাবত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম কচিং …

Guwahati Double Murder : স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা টুকুৰ কৰিলে মৃতদেহ

গুৱাহাটী : এক নৃশংস হত্যাকাণ্ড (Guwahati Double Murder)। ৰাজ্য জোকাৰি গৈছে এই নৃশংস হত্যাকাণ্ড। এগৰাকী মহিলাই স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা টুকুৰ কৰিলে মৃতদেহ। অবৈধ প্ৰেম আৰু ধনৰ লালসাৰ বাবেই মহিলা গৰাকীয়ে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ। মহানগৰী …

Job Mela : নাৰেংগীত ভাৰতীয় সেনা আৰু ইয়ং ইণ্ডিয়ানছৰ দ্বাৰা অৱসৰপ্ৰাপ্ত লোকৰ নিয়োগ মেলা

গুৱাহাটী : কনফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী চমুকৈ চিআইআই আৰু ইয়ং ইণ্ডিয়ানছৰ গুৱাহাটী শাখাই ভাৰতীয় সেনাৰ সৈতে গুৱাহাটীৰ নাৰেংগী সামৰিক কেন্দ্ৰত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে এক নিয়োগ মেলাৰ (Job Mela) আয়োজন কৰে। ইষ্টাৰ্ণ কামাণ্ডৰ অধীনত ৫১ ছাব-এৰিয়াইয়ো এই মেলাত সহযোগ কৰে। এই …

Nalbari Agriculture Department : নলবাৰীত জিলা কৃষি বিভাগৰ উদ্যোগত মেৰী পলিচি মেৰে হাত কাৰ্যসূচী

নলবাৰী : নলবাৰীত জিলা কৃষি বিভাগৰ (Nalbari Agriculture Department) উদ্যোগত মেৰী পলিচি মেৰে হাত কাৰ্যসূচী। নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত জিলা প্ৰশাসন আৰু ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্স কোম্পানীৰ সহযোগত প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা (ৰবি শস্যৰ) ২০২২-২৩ অধীনত মেৰী পলিচি মেৰে হাত …