Blind Cricket : নাগেশ ট্ৰফি টি-২০ ত অংশ ললে অসম দৃষ্টিহীন ক্ৰিকেট দলে
গুৱাহাটী : ভাৰতীয় দৃষ্টিহীন (Blind Cricket) ক্ৰিকেট সন্থাৰ উদ্যোগত ৩১ জানুৱাৰীৰ পৰা চণ্ডিগড়ত অনুষ্ঠিত ভাৰতৰ দৃষ্টিহীন ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰতিযোগিতা নাগেশ ট্ৰফিত অসম দৃষ্টিহীন ক্ৰিকেট দলেও অংশগ্ৰহণ কৰে। ৰাজদ্বীপ ডাকুৱাৰ নেতৃত্বত যোৱা অসম দলটোৱে প্ৰতিযোগিতাৰ প্ৰথম দিনা ৰেলৱেৰ বিৰুদ্ধে ১৭ অভাৰত …