iPhone 14 : অভিনেত্ৰী ইয়াংকি পৰাশৰে ইন টাছ শ্ব’ ৰূমত মুকলি কৰিলে আই ফোন ১৪
গুৱাহাটী : অপেক্ষাৰ অন্ত পেলাই বহু প্রতিক্ষীত এপ’লৰ পৰৱৰ্তী প্ৰজন্মৰ স্মার্টফোন আই ফোন ১৪ (iPhone 14) মুকলি কৰা হৈছে। মহানগৰীৰ উলুবাৰী আৰু পল্টন বজাৰৰ ইন টাছ শ্ব’ ৰূমত আই ফোন ১৪ আনুষ্ঠানিকভাৱে গ্ৰাহকৰ বাবে মুকলি কৰা হয়। অভিনেত্ৰী ইয়াংকি পৰাশৰে …