ড্রাগমুক্ত, স্বাস্থ্যৱান অসম গঢ়াৰ পৰামৰ্শ যুৱ উদ্যোগী ড° ঘনশ্যাম দাস ধানুকাৰ

গুৱাহাটী : ড্রাগছ, ধঁপাত আৰু সুৰাৰ অপব্যৱহাৰৰ বিৰুদ্ধে আজীৱন যুঁজাৰু যুৱ উদ্যোগী তথা সমাজকর্মী ড° ঘনশ্যাম দাস ধানুকাই গুৱাহাটীৰ প্রাগজ্যোতি আইটিএ মাছখোৱা প্ৰেক্ষাগৃহত এনজিঅ’ ব্যাতিক্ৰম মাছডোৰ দ্বাৰা আয়োজিত ড্ৰাগছ, ধঁপাত আৰু সুৰা সজাগতা এক কাৰ্যসূচীত বক্তৃতা প্রদান কৰে। অসমৰ ৰাজ্যপাল …

মুকালমুৱাৰ চান্দা চৰত সংঘটিত হৈছে এক হত্যাকাণ্ড

আজিজ আলী মুকালমুৱা : মুকালমুৱাৰ চান্দা চৰত সংঘটিত হৈছে এক হত্যাকাণ্ড। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ চান্দা চৰত সংঘটিত হোৱা এই হত্যাকাণ্ডক কেন্দ্ৰ কৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। নৱ বিবাহিতা মহিলাক হত্যা কৰি স্বামী পৰিয়ালে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা …

দক্ষিণ শালমাৰা-মানকাচৰত সম্পন্ন হোৱা মুছলিম বিবাহৰ ৪৪.৫ শতাংশ বাল্য বিবাহ

মানকাচৰ : বাল্য বিবাহ সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। ২০১৯-২০ বৰ্ষৰ সমীক্ষাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সম্পন্ন হোৱা মুছলিম বিবাহৰ ৪৪.৫ শতাংশ বিবাহ হৈছে বাল্য বিবাহ। জিলাখনত বাল্য বিবাহ বন্ধ কৰাৰ বাবে জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ। চৰকাৰী …

চাহ বাগিচাত দুর্ঘটনাত পতিত হৈ আহত আন এজন শ্ৰমিক

মৰিয়ানী : চাহ বাগিচাৰ কলঘৰত কাম কৰি থকা অৱস্থাত এক দুর্ঘটনাত পতিত হৈ গুৰুত্বৰভাৱে আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুৰে যুঁজি আছে মইনা নায়ক নামৰ এগৰাকী কিশোৰী। মইনা নায়ক বাগিচাৰ কলঘৰত দুর্ঘটনাত পতিত হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ …

বো’ল বো’মত আহি সন্ধানহীন ১৮ বছৰীয়া যুৱক

আজিজ আলী নলবাৰী : পাগলাদিয়া নৈত সন্ধানহীন এজন যুৱক। নলবাৰীত বো’ল বো’মত আহি পাগলাদিয়া নৈত সন্ধানহীন এজন ১৮ বছৰীয়া যুৱক। যুৱকজনৰ সন্ধানত পাগলাদিয়া নৈৰ বুকুত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত। যুৱকজনৰ ভিনিয়েকো নৈত উটি যাবলৈ …

২০ কোটি টকা মূল্যৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ খুড়া আৰু ভতিজা

গুৱাহাটী : মহানগৰী গুৱাহাটীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। পুনৰ মহানগৰ আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সাফল্য। মহানগৰ আৰক্ষীৰ জালত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী। ২০ কোটি টকা মূল্যৰ ড্ৰাগছসহ মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে খুড়া আৰু ভতিজাক। অসম আৰক্ষীৰ ড্ৰাগছ …

মুকালমুৱাত দুটা পৃথক পথ দুর্ঘটনাত আহত ৪ জনকৈ লোক

আজিজ আলী মুকালমুৱা : শনিবাৰে নিশাৰ ভাগত মুকালমুৱাত সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুর্ঘটনা। দুটা পৃথক পথ দুর্ঘটনাত আহত হয় ৪ জনকৈ লোক। ইয়াৰে ২ জন লোকক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। নলবাৰী জিলাৰ মুকালমুৱাত শনিবাৰে …

ৰোটাৰী ক্লাব গুৱাহাটী লুইটৰ উদ্যোগত চিপিআৰ দিৱস

গুৱাহাটী : ৰোটাৰী ক্লাব গুৱাহাটী লুইটৰ উদ্যোগত ৰাষ্ট্ৰীয় চিপিআৰ দিৱস উপলক্ষে ১৭ ৰ পৰা ২৪ জুলাইলৈকে এক সাপ্তাহজোৰা সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিএছ ৰোডৰ চেন্ট্ৰেল মল কমপ্লেক্সত ৰোটাৰী ক্লাব গুৱাহাটী লুইট আৰু ইণ্ডিয়ান একাডেমী অফ পেডিয়াট্রিক্স, গুৱাহাটী শাখাৰ সহযোগত …

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

আজিজ আলী মুকালমুৱা : বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৌলাশালত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পূৰ্বৰ পৰাই বোৱাৰী গৰাকীক স্বামী গৃহৰ লোকে অকথ্য নিৰ্যান চলোৱাৰ অভিযোগ বোৰৱৰী গৰাকীৰ …

বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ ঘটনা মানৱ অধিকাৰ উলঙ্ঘন : ড০ দিব্যজ্যোতি শইকীয়া

গুৱাহাটী : বিপ্লৱী কবিতা লিখি কাৰাগাৰত বন্দীত্বৰ জীৱন কটোৱা টীয়কৰ বর্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্ৰী গৰাকীয়ে অৱশেষত মুক্তি লাভ কৰিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ছাত্ৰী গৰাকীৰ জামিন মঞ্জুৰ কৰাৰ পিছত ছাত্ৰী গৰাকীক কাৰাগাৰৰ পৰা ওলাই আহিল মুকলি আকাশৰ তললৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ে …