চিবিএছই’ৰ দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত উজ্জ্বলিল বিশ্বনাথৰ লোচনা বাচটোলা
জোনমণি বেগম বিশ্বনাথ : চিবিএছই’ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজ্জ্বলিল বিশ্বনাথৰ লোচনা বাচটোলা। চিবিএছই’ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত দেশৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ কৰিলে বিশ্বনাথৰ ছাত্ৰী লোচনা বাচটোলাই। বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নৱোদয় বিদ্যালয়, শোণিতপুৰৰ ছাত্রী লোচনা বাচটোলা। চিবিএছচি’ৰ …