মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে আজুৰ পাৱাৰৰ ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্প
নিউজ ডেস্ক : ভাৰতৰ আগশাৰীৰ বহনক্ষম শক্তি প্ৰদানকাৰী তথা নবীকৰণযোগ্য শক্তি উৎপাদক, আজুৰ পাৱাৰে ৰাজ্যখনৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প হিচাপে চিহ্নিত ইয়াৰ ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ উদ্বোধন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বুলি ঘোষণা কৰিছে। ওদালগুৰি আৰু বকোত আজুৰ পাৱাৰ …