Car Lifter : যুৱতী আৰু মহিলাসহ আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰ চক্ৰৰ সদস্য
জোনমণি বেগম বিশ্বনাথ : আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰ (Car Lifer) চক্ৰৰ সদস্য। যুৱতী আৰু মহিলাসহ আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰ চক্ৰৰ সদস্য। কুখ্যাত গাড়ী চোৰ চক্ৰটোৰ পাঁচ গৰাকী সদস্যক বিলাসী গাড়ী বিক্ৰী কৰাৰ চেষ্টা চলাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা …