অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি টকা প্ৰদান ষ্টাৰ চিমেণ্টৰ

গুৱাহাটী : অসমত চলি থকা বান সাহায্য প্ৰক্ৰিয়ালৈ সহায় আগবঢ়াবৰ বাবে দেশৰ আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড ষ্টাৰ চিমেণ্টে অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এক কোটি টকা আগবঢ়ায়। ইয়াৰ লগতে চিমেণ্ট ব্ৰেণ্ডটোৱে ৰাজ্যখনৰ বিভিন্ন বানপীড়িত অঞ্চলত খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ অভিযানো …

আলু-পিয়াঁজৰ গুডামৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ লালী গুৰ জব্দ

আমিনুৰ ৰহমান শিৱসাগৰ : শিৱসাগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বাবা ৰাম দেৱৰ আলু গুডামত শিৱসাগৰ আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত আলু-পিয়াঁজৰ গুডামৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ লালী গুৰ জব্দ। এখন মিনি ট্ৰাকত লালী গুৰখিনি উঠাই চুলাই ঘাটীলৈ ৰাওনা হোৱাৰ সময়তেই আৰক্ষীয়ে …

তীৰ্থযাত্ৰী সকলৰ বাবে খাদ্য শিবিৰৰ আয়োজন ‘অমৃত ভোগ ভাণ্ডাৰা’ৰ

গুৱাহাটী : গুৱাহাটীৰ অন্যতম জনপ্ৰিয় বেচৰকাৰী সংগঠন ‘অমৃত ভোগ ভাণ্ডাৰা’ই মালিগাঁৱৰৰ কামাখ্যা ৰে’ল ষ্টেচনৰ ওচৰৰ বৰিপাৰাত অম্বুবাচী মেলাৰ তীৰ্থযাত্ৰী সকলৰ বাবে এক খাদ্য শিবিৰৰ আয়োজন কৰে। পাঁচ দিনীয়াকৈ আয়োজন কৰা এই শিবিৰ বুধবাৰে পুৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। সমাজকর্মী তথা …

মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয় উদ্বোধন 

আজিজ আলী মুকালমুৱা : মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয় উদ্বোধন কৰিলে বিধায়ক দিগন্ত বৰ্মনে। বৃহস্পতিবাৰে মুকলি কৰা হয় মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ। মুকালমুৱা সামূহিক স্বাস্থ্য কেন্দ্ৰক অসামৰিক চিকিৎসালয়লৈ উন্নীতকৰণ। বৃহস্পতিবাৰে মুকালমুৱা সামূহিক স্বাস্থ্য কেন্দ্ৰক অসামৰিক চিকিৎসালয়লৈ উন্নীতকৰণ কৰা।হয়। মুকালমুৱা মহকুমা অসামৰিক …

সাংবাদিকক আক্ৰমণ কৰা ঘটনাক লৈ বিজেপিৰ সংবাদমেল

হাটশিঙিমাৰী : বাতৰি সংগ্ৰহ কৰা সাংবাদিকক অন কেমেৰা আক্ৰমণ কৰা ঘটনাক লৈ হাটশিঙিমাৰীত জিলা বিজেপিৰ সংবাদমেল। বেআইনীভাৱে নিশাৰ ভাগত আন্তঃৰাষ্ট্ৰীয় সীমান্তবৰ্তী এলেকাৰে গৰু নিয়াক লৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ তীব্ৰ প্ৰতিক্ৰিয়া। আৰক্ষীয়ে জব্দ কৰা গৰু নিশাৰ ভাগত নিয়াৰ সময়ত লগত …

১১ দিন খোজ কাঢ়ি সন্ধানহীন হোৱা কিশোৰ উপস্থিত বিশ্বনাথত

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথৰ বিহালীৰ পৰা সন্ধানহীন হোৱা এজন ১৪ বছৰীয়া কিশোৰ বৃহস্পতিবাৰে ১১ দিন পিছত বিশ্বনাথত উপস্থিত হয়। ১১ দিন ধৰি খোজ কাঢ়ি বিশ্বনাথত উপস্থিত হয় কিশোৰ গৰাকী। ৰাজ্যত গৰু চুৰি চক্ৰই শিশু সৰবৰাহ কৰাৰ এক বিস্ফোৰক তথ্য …

সাংবাদিক ৰৌশনাল কাবিৰ মণ্ডলৰ ওপৰত গো মাফিয়াৰ আক্ৰমণ

হাটশিঙিমাৰী : হাটশিঙিমাৰীত বাতৰি সংগ্ৰহ কৰিবলৈ যোগা সাংবাদিকক গো-মাফিয়াৰ আক্ৰমণ। সাংবাদিক ৰৌশনাল কাবিৰ মণ্ডলৰ ওপৰত গো মাফিয়াৰ আক্ৰমণ। আহত সাংবাদিক গৰাকীৰ কেমেৰা ভাঙিলে ৰাষ্ট্ৰীয় গো ৰক্ষা বাহিনীয়ে। অন কেমেৰা সাংবাদিক ৰৌশনাল কাবিৰ মণ্ডলক ভাবুকি দিয়া ৯ গো মাফিয়াৰ বিৰুদ্ধে এজাহাৰ। …

বিশ্বনাথৰ এখন পকী দলং বিপদ নমাই আনিছে বহু লোকৰ জীৱনলৈ

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথৰ এখন পকী দলং বিপদ নমাই আনিছে বহু লোকৰ জীৱনলৈ। নিৰ্মান কৰা মাত্ৰ পাঁচ বছৰ নহওতেই ধ্বংসৰ দিশে কোটি টকীয়া পকী দলংখন। লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰে চৰকাৰী ধনৰ সঠিক ব্যৱহাৰ নকৰাৰ কৰুণ পৰিণাম ভূগিব লগা হৈছে …

বান শিবিৰ পৰিদৰ্শন কৰিলে জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই

আজিজ আলী নলবাৰী : জয়সাগৰ, লাউঠাৰি আৰু চাউলখোৱাত বানৰ তাণ্ডৱ।জয়সাগৰত নিশা দুটাকৈ বান শিবিৰ পৰিদৰ্শন কৰিলে জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই। বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লয় বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে। নলবাৰী জিলাত বান পৰিস্থিতি ভয়াবহ হৈ পৰিছে। …

উচ্ছেদিত ২৫ টাকৈ পৰিয়ালে পাৰ কৰিব লগীয়া হৈছে দুৰ্বিষহ জীৱন

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথৰ উচ্ছেদিত ২৫ টাকৈ পৰিয়ালৰ শিশু মহিলাই পাৰ কৰিব লগীয়া হৈছে এক দুৰ্বিষহ জীৱন। ৰাজ্যৰ বিভিন্ন স্থানত বানপানীয়ে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এটোপাল খোৱা পানীৰ বাবেও হাহাকাৰ কৰিব লগীয়া পৰিৱেশ।বানৰ কবলত পৰা উচ্ছেদিত পৰিয়াল কেইটাৰ অৱস্থাত …