শিৱসেনাৰ ৪০ গৰাকী বিধায়ক গুৱাহাটীত বাহৰ পাতিছে

গুৱাহাটী : মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহা। মহাৰাষ্ট্ৰৰ উদ্ধাৱ থাকৰেৰ চৰকাৰ মহা সংকটত পৰিছে। মহাৰাষ্ট্ৰত পতন ঘটিব পাৰে উদ্ধাৱ থাকৰেৰে চৰকাৰ। উদ্ধাৱ থাকৰেৰ অতিকৈ ঘনিষ্ঠ একনাথ সিন্ধেৰ নেতৃত্বত আৰম্ভ হৈছে উদ্ধাৱ থাকৰেৰ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ। মহাৰাষ্ট্ৰৰ উদ্ধাৱ থাকৰেৰ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ আৰম্ভ …

হোজাইৰ নাও দুর্ঘটনাত সন্ধানহীন হোৱা তিনি শিশুৰ মৃতদেহ উদ্ধাৰ

হোজাই : হোজাইৰ নাও দুর্ঘটনাত সন্ধানহীন হোৱা তিনি শিশুৰ মৃতদেহ উদ্ধাৰ। এতিয়াও সন্ধানহীন এটি শিশুৰ মৃতদেহ। এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান অব্যাহত। যোৱা ১৭ জুনত বাঢ়নী পানীয়ে উটুৱাই নিছিল এখন যাত্ৰীবাহী নাও। অৱশেষত চাৰিদিন ধৰি অভিযান চলাই হোজাইৰ নাও …

ৰঙিয়াত বাঢ়নী পানীত পৰি পুনৰ এজন যুৱকৰ মৃত্যু

ৰঙিয়া : বাঢ়নী পানীত পৰি পুনৰ এজন যুৱকৰ মৃত্যু। ৰঙিয়াত বাঢ়নী পানীত পৰি পুনৰ এজন যুৱকৰ কৰুণ মৃত্যু। পথাৰত জাল চাবলৈ গৈ বাঢ়নী পানীত পৰি মৃত্যু হয় নীলমণি ডেকা নামৰ ২৮ বছৰীয়া যুৱক এজনৰ। ৰাজ্যৰ বান পতিস্থিতি অপৰিবৰ্তিত। সংহাৰী ৰূপ …

বান সাহাৰ্য্য প্ৰদানত ব্যৰ্থ অসম চৰকাৰ : ৰিপুন বৰা

আজিজ আলী নলবাৰী : ৰাজ্যৰ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ। বান সাহাৰ্য্য প্ৰদানত অসম চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ নেতা গৰাকীৰ। অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ। …

বিশ্বনাথ মন্দিৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

জোনমণি বেগম : বিশ্বনাথ : বিশ্বনাথ মন্দিৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন। সাংসদ পল্লৱ লোচন দাস, উপায়ুক্ত মুণিন্দ্ৰ নাথ ঙাটে, বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙ উপস্থিত থাকে যোগ দিৱসৰ অনুষ্ঠানত। ২০১৫ চনত ২১ জুন তাৰিখে পোনপ্ৰথম বাৰৰ বাবে …

বানৰ সংহাৰী ৰূপৰ মাজতে চাইকেল লৈ পাঁচ যুৱক ওলাল অসম যাত্ৰাত

জোনমণি বেগম বিশ্বনাথ : বানৰ সংহাৰী ৰূপৰ মাজতে চাইকেল লৈ পাঁচ যুৱক ওলাল অসম যাত্ৰাত। বিশ্বনাথৰ পাঁচ যুৱক চাইকেল লৈ সমগ্ৰ ৰাজ্য ভ্ৰমণৰ বাবে ওলাই আহিছে। ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিশ্বনাথৰ পাঁচ যুৱকে সোমবাৰৰ পৰা আৰম্ভ কৰে অসম যাত্রা। …

গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমখন কিডছ ৱেৰ বুটিক ‘আজ্জাৰিয়া’ উদ্বোধন

গুৱাহাটী : গুৱাহাটীৰ মাছখোৱাৰ বি আৰ ফুকন ৰোডৰ ওম সূর্য এপাৰ্টমেণ্টত শিশুৰ বাবে বিশেষ পোছাকৰ বুটিক, ‘আজ্জাৰিয়া’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। শিশুৰ বুটিক আজ্জাৰিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমীয়া চলচ্চিত্র জগতৰ অভিনেত্রী তথা এমটিভি ৰোডিজ ফাইনেলিষ্ট অনামিকা বৰ্মনে। এই সন্দৰ্ভত মুখ্য …

তীব্ৰ খাদ্য সংকটত বৰভাগৰ বানাক্ৰান্ত ৰাইজ

আজিজ আলী মুকালমুৱা : তীব্ৰ খাদ্য সংকটত বৰভাগৰ বানাক্ৰান্ত ৰাইজ। অবৰ্ণনীয় পৰিস্থিতি আশ্ৰয় শিবিৰ সমূহত থকা ৰাইজৰ। সাংবাদিকৰ ওচৰত ক্ষোভ উজাৰিলে ক্ষুধাতুৰ বানাক্ৰান্তই। ১৫০০ টকাকৈ কিনিছে এখন কল গছৰ ভূৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰভাগ ৰাজহ চক্ৰৰ প্ৰায় ২৫ …

বাঢ়নী পানীত উটি গ’ল কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ কনিষ্টবল

কামপুৰ : কামপুৰত নিশা অঘটন৷ বাঢ়নী পানীত উটি গ’ল কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ এজন কনিষ্টবল। নিশা এটা গোচৰৰ তদন্তৰ বাবে কামপুৰ আৰক্ষীৰ এটা তিনিজনীয়া দল নাও লৈ গৈছিল। ৰাজ্যত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বানে সংহাৰী ৰূপৰ ধাৰণ …

ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুর্ঘটনা : সন্ধানহীন ৪ জনকৈ লোক

ডিব্ৰুগড় : ভয়াবহ বান পৰিস্থিতিৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুর্ঘটনা। মহাবহু ব্ৰহ্মপুত্ৰত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুর্ঘটনা। টুলুঙা নাৱেৰে ব্ৰহ্মপুত্ৰ নদীত যাত্ৰা কৰি থাকোতে হঠাৎ নাওখন বুৰ যায় নদীত। দুর্ঘটনাগ্ৰস্ত নাওখনৰ ৪ জনকৈ যাত্ৰী সন্ধানহীন হৈ …