Diabetes : ৩০ অক্টোবৰত ‘প্ৰেক্টিকেল এণ্ডোক্রিনোলজী’ৰ ডায়েবেটিচ সন্মিলন
গুৱাহাটী : উত্তৰ-পূব ভাৰতৰ ডায়েবেটিছৰ মুখ্য অনুষ্ঠান প্রেক্টিকেল এণ্ডোক্রিনোলজীয়ে অহা ৩০ অক্টোবৰত হোটেল তাজ ভিভাণ্টাত ডায়েবেটিচ (Diabetes) সন্মিলনৰ আয়োজন কৰিছে। এছ’চিয়েচন অৱ ক্লিনিকেল এণ্ডোক্রিনোলজীষ্ট চমুকৈ এ চি ই ৰ সহযোগত অনুষ্ঠিত এই চতুর্থ সংস্কৰণৰ এই কাৰ্যসূচী পুৱা ৯ বজাৰ পৰা …