বিস্কুট বিক্ৰী কৰিবলৈ আহি গ্ৰেপ্তাৰ হ’ল আব্দুল কাদিৰ

ৰঙিয়া : ৰঙিয়া আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। বিস্কুট বিক্ৰী কৰিবলৈ অহা আব্দুল কাদিৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ৰঙিয়া আৰক্ষীয়ে। ধৃত আব্দুল কাদিৰ নামৰ যুৱকজন শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই এক বৃহৎ …

গোৱালপাৰাত বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ

গোৱালপাৰা : গোৱালপাৰাত বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ। গোৱালপাৰাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ। বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাকে বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আছে। ৰাইজ ওলাই আহিছে বন বিভাগৰ …

বিশ্বনাথত পশু চিকিৎসা বিভাগে নিধন কৰিলে ৭০ টাকৈ গাহৰি

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ। পশু চিকিৎসা বিভাগে নিধন কৰিলে ৭০ টাকৈ গাহৰি। বিশ্বনাথত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ পশু চিকিৎসা বিভাগে নিধন কৰিলে ৭০ টাকৈ গাহৰি। নিধন কৰা গাহৰি সমূহৰ ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা …

জেচিআই গুৱাহাটী এচিভাৰে আয়োজন কৰিছে “জেচিআই কৰোবাৰ নেক্সট ২.০”

গুৱাহাটী : জেচিআই গুৱাহাটী এচিভাৰে আয়োজন কৰিছে “জেচিআই কৰোবাৰ নেক্সট ২.০”। বিভিন্ন সামাজিক কাৰ্যকলাপৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰা যুৱ আৰু উদ্যোগীসকলৰ বিশ্বৰ অন্যতম বৃহৎ সংগঠন হৈছে জুনিয়ৰ চেম্বাৰ ইণ্টাৰনেচনেল চমুকৈ জেচিআই। জেচিআই গুৱাহাটী এচিভাৰ্ছ হৈছে গুৱাহাটীৰ এক সক্ৰিয় চেপ্টাৰ, য’ত …

নৰনাৰায়ণ সেঁতুৰ ওপৰত বাহন ৰখাই চেল্ফি উঠি থকা সময়ত অঘটন

যোগীঘোপা : যোগীঘোপাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। নৰনাৰায়ণ সেঁতুৰ ওপৰত বাহন ৰখাই চেল্ফি উঠি থকা সময়তে সংঘটিত হৈছে এক অঘটন। চেল্ফি উঠি থকা সময়ত তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত আহত ৫ জনকৈ লোক। বুধবাৰে দুপৰীয়াৰ ভাগত যোগীঘোপাত নৰনাৰায়ণ সেঁতুৰ ওপৰত …

বিশ্বনাথত উপস্থিত অসম আৰক্ষীৰ ‘ৰাইড অফ প্ৰাইড’ টিম

বিশ্বনাথ : বিশ্বনাথত উপস্থিত অসম আৰক্ষীৰ ‘ৰাইড অফ প্ৰাইড’ টিম। বিশ্বনাথত উপস্থিত হোৱা অসম আৰক্ষীৰ ‘ৰাইড অফ প্ৰাইড’ টিমক উষ্ম আদৰণি। ৰাইজক হেলমেট পৰিধান কৰি মটৰ চাইকেল চলাবলৈ আহবান আনন্দ মিশ্ৰৰ। বুধবাৰে বিশ্বনাথ জিলাত প্ৰৱেশ কৰে আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ …

বৰপেটা-গুৱাহাটী সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা

আজিজ আলী মুকালমুৱা : বৰপেটা-গুৱাহাটী সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা। বৰপেটা-গুৱাহাটী সংযোগী পথটিৰ জৰাজীৰ্ণ অৱস্থাই জলাকলা খুৱেইছে ৰাইজক। পথটিৰ এই দুৰৱস্থাৰ বাবে প্ৰতিদিনে সংঘটিত হৈ আছে পথ দুর্ঘটনা। লোক নিৰ্মাণ বিভাগে দৃষ্টি গোচৰ কেতিয়া হ’ব ? নলবাৰী জিলাৰ মুকালমুৱা হৈ বৰপেটালৈ …

মানকাচৰৰ মিৰজুমালাত ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ আদায়

মানকাচৰ : মানকাচৰৰ মিৰজুমালাত ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ আদায়। ২০ সহস্ৰাধিক লোকে নামাজ আদায় কৰি বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰে। ক’ভিডৰ বাবে যোৱা দুটা বছৰ ইছলাম ধৰ্মাৱলম্বী লোক সকল মছজিদ আৰু ঈদগাহত ঈদ-উল-ফিটৰৰ নামাজ আদায় কৰিব পৰা নাছিল। দুবছৰৰ …

বিশ্বনাথত আফ্ৰিকান চোৱাইন ফিভাৰৰ আতংক

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথত গাহৰিৰ দেহত আফ্ৰিকান চোৱাইন ফিভাৰৰ লক্ষণ দেখা পোৱা গৈছে। জানিব পৰা মতে প্ৰতাপগড়ৰ শ্ৰীমনি ফুলকন এগ্ৰটেক গোটে নামৰ ফাৰ্মৰ গাহৰিৰ দেহত আফ্ৰিকান চোৱাইন ফিভাৰৰ লক্ষণ দেখা পোৱাৰ লগতে ১৪১ টাকৈ গাহৰিৰ মৃত্যু হৈছে। এই সংক্ৰামক …

এমাহ ৰোজা পালনৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰিলে ঈদ-উল-ফিটৰ

গুৱাহাটী : এমাহ ৰোজা পালনৰ অন্তত মঙলবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে শান্তি-সম্প্ৰতিৰ মহান বাণীৰে সমগ্ৰ দেশৰ লগতে অসমটো পবিত্র ঈদ-উল-ফিটৰ পালন কৰে। ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত সম্প্ৰীতিৰ এনাজৰি অটুত ৰখাৰ আহ্বান জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ঈদগাহ পথাৰত পুৱা ইছলাম ধৰ্মাৱলম্বী …