Drugs Seized : পুনৰ গুৱাহাটী ৰে’ল ষ্টেশ্যনত জব্দ বৃহৎ পৰিমাণৰ অপিয়াম
গুৱাহাটী : গুৱাহাটী ৰে’ল ষ্টেশ্যনত (Guwahati Railway Station) পুনৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ অপিয়াম। তিনিচুকীয়াৰ পৰা দিল্লীলৈ নি থকা অৱস্থাত গুৱাহাটী ৰে’ল ষ্টেশ্যনত জব্দ হয় ৭ কোটি টকাৰ মূল্যৰ বৃহৎ পৰিমাণৰ অপিয়াম। জালত পৰে দুজন ড্ৰাগছ সৰবৰাহকাৰী। শুকুৰবাৰে পুৱাৰ ভাগত …