শহুৰৰ বেংকৰ পৰা জোঁৱাইয়ে গুগল পে’যোগে আত্মসাৎ কৰিলে ধন

আজিজ আলী মুকালমুৱা : মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত কান্ধবাৰীত শহুৰৰ ধন জোঁৱাইয়ে আত্মসাৎ কৰাৰ এক ঘটনা সংঘটিত হৈছে। কান্ধবাৰী নিবাসী লিয়াকত আলীৰ ভাৰতীয় ষ্টেট বেংকৰ মুকালমুৱা শাখাৰ ১১৪২২৭৬৩৫৬৪ নম্বৰৰ একাউণ্টৰ পৰা কৌশলেৰে জোঁৱাই ইছমাইল আলীয়ে দুই লাখ তিনি হাজাৰ টকা …

জনজাতীয় হিতাধিকাৰীক বিনামুলীয়া মছলা গুড়ি কৰা মেচিন বিতৰণ

মানকাচৰ : জনজাতীয় হিতাধিকাৰীক বিনামুলীয়া মছলা গুড়ি কৰা মেচিন বিতৰণ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত মানকাচৰৰ বিধায়ক আৰু মহকুমা কল্যাণ বিষয়াৰ উপস্থিতিত জিলাখনৰ মুঠ ১৯ গৰাকী জনজাতীয় হিতাধিকাৰীক বিনামুলীয়াকৈ মছলা গুড়ি কৰা মেচিন বিতৰণ কৰা হয়। …

মহানগৰ আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ ড্ৰাগছসহ চৰিজন

গুৱাহাটী : পুনৰ মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্য। মহানগৰ আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ ড্ৰাগছসহ চৰিজন ড্ৰাগছ সৰবৰাহকাৰী। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা। আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য লাভ কৰিছে গুৱাহাটী …

ব্ৰাউন ছুগাৰসহ মৰিয়নি আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

মৰিয়নি : ব্ৰাউন ছুগাৰসহ মৰিয়নি আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। মৰিয়নিৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমজাদ আলীক অৱশেষত মৰিয়নি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত আৰক্ষীয়ে হাতে লোটে গ্ৰেপ্তাৰ কৰে আমজাদ আলীক। ৰাজ্যজুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। …

কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী আৰক্ষীৰ গুলীত নিহত

হাইলাকন্দি : কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী আৰক্ষীৰ গুলীত নিহত। বৰাক উপত্যকাৰ কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে কয়লা মাফিয়াজনক লক্ষ্য কৰি গুলী চালনা কৰে। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আব্দুল আহাদ চৌধুৰীক। বৰাক উপত্যকাত …

শিৱসাগৰ আৰক্ষীৰ অভিযানত আটক চাৰিজনকৈ জুৱাৰী

আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক শিৱসাগৰ : জুৱা খেলৰ বিৰুদ্ধে শিৱসাগৰত পুনৰ আৰক্ষী অভিযান। শিৱসাগৰত বৃহৎ জুৱা খেলৰ ঘাটি উৎসাত কৰিলে আৰক্ষীয়ে। এজন লোকৰ ঘৰত চলি আছিল জুৱা খেল। চাৰিজনকৈ জুৱাৰীক আটক কৰে আৰক্ষীয়ে। জুৱা খেলৰ বহু সামগ্ৰী উদ্ধাৰ কৰে …

ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত সমূহীয়া ইফতাৰ পাৰ্টী

আজিজ আলী নলবাৰী : নলবাৰীত ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত সমূহীয়া ইফতাৰ পাৰ্টীৰ আয়োজন। শান্তি, একতা আৰু ভাতৃত্ববোধ জীয়াই ৰাখিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত এই ইফতাৰ পাৰ্টীৰ আয়োজন। শনিবাৰে নলবাৰী চহৰস্থিত টাউন মোক্তাবত ভাৰতীয় জনতা পাৰ্টী সংখ্যালঘু …

ভূ-তত্ব বিভাগ স্নাতোকত্তৰ পৰীক্ষাত তৃতীয় স্থান দখল অসম কন্যাৰ

আমিনুৰ ৰহমান শিৱসাগৰ : দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত ভূ-তত্ব বিভাগ স্নাতোকত্তৰ পৰীক্ষাত তৃতীয় স্থান দখল অসম কন্যা প্ৰনীষা ৰাজখোৱাৰ। দিল্লী বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতোকত্তৰ পৰীক্ষাৰ ফলাফলত বিশ্ববিদ্যালয়খনৰ পৰা ভূ-তত্ব বিভাগত তৃতীয় স্থান দখল কৰে শিৱসাগৰৰ প্ৰনীষা ৰাজখোৱাই। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হংসৰাজ …

পুত্ৰ আৰু বোৰৱৰীৰ নিৰ্যাতনৰ বলি বৃদ্ধ দম্পত্তি

গৰৈমাৰী : পুত্ৰ আৰু বোৰৱৰীৰ নিৰ্যাতনৰ বলি বৃদ্ধ দম্পত্তি। ৰাজ্যত পুনৰ পুত্ৰ আৰু বোৱাৰীৰ নিৰ্যাতনৰ বলি হ’ল বৃদ্ধ দম্পত্তি। পুত্ৰ আৰু বোৱাৰীৰ নিৰ্যাতনৰ বলি হোৱা ভাই, বোৱাৰীক উদ্ধাৰ কৰিবলৈ যোৱা খুড়াক নাৰী নিৰ্যাতনৰ অভিযুক্ত সজালে ভতিজা শ্বহিদুল ইছলামে। ভতিজাৰ গুণ্ডা …

কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত ৰাজস্থানৰ ড্ৰাগছ ব্যৱসায়ী

কোকৰাঝাৰ : কোকৰাঝাৰত ড্ৰাগছ ব্যৱসায়ীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত আহত ৰাজস্থানৰ ড্ৰাগছ ব্যৱসায়ী। এখন ট্ৰাকৰ পৰা জব্দ ৮৫ কেজি অপিয়াম আৰু ৩ কেজি ১০০ গ্ৰাম হেৰ’ইন। দুৰ্বৃত্তই জ্বলাই দিলে ড্ৰাগছ জব্দ হোৱা ট্ৰাকখন। কোকৰাঝাত আৰক্ষীৰ গুলীত এজন …