জব্দ ৫ কোটি টকাৰ ড্ৰাগছ : গ্ৰেপ্তাৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰী
জাগীৰোড : দুখন ট্ৰাকৰ পৰা জব্দ ৫ কোটি টকাৰ ড্ৰাগছ। জাগীৰোডত আৰক্ষীয়ে দুখন ট্ৰাকৰ পৰা জব্দ কৰিছে ৫ কোটি টকাৰ ড্ৰাগছ। এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজন ড্ৰাগছ সৰবৰাহকৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান …